DRDO: ড্ৰোনৰ নিখুঁত লক্ষ্য, শত্ৰু নাশৰ বাবে ULPGM-V3 ৰ সফল পৰীক্ষণ!

DRDO: আজিও পৰীক্ষণৰ সময়ত কেইবাটাও টাৰ্গেট ৰখা হৈছিল। সূত্ৰ অনুসৰি, এই ক্ষেপণাস্ত্ৰই লক্ষ্যত নিখুঁতভাৱে আঘাত কৰে। মুঠতে ই প্ৰত্যক্ষ আঘাত নিশ্চিত কৰিব পাৰিছে। ই এক ডাঙৰ সফলতা।

DRDO: ড্ৰোনৰ নিখুঁত লক্ষ্য, শত্ৰু নাশৰ বাবে ULPGM-V3 ৰ সফল পৰীক্ষণ!

ড্ৰোনৰ নিখুঁত লক্ষ্য

Published: 

26 Jul 2025 | 12:51 PM

ভাৰতীয় সেনাই বৃদ্ধি কৰিছে শক্তি। ড্ৰোনৰ পৰা শত্ৰুৰ মিছাইল আক্ৰমণলৈ…। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই ইতিমধ্যে এই কাম কৰি আছে। অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলস্থিত National Open Area Range (NOAR)তো সফল পৰীক্ষা সম্পন্ন কৰা হৈছে। UAV Launched Precision Guided Missile (ULPGM)-V3 ৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে।

ULPGM-V3 হৈছে উচ্চ ক্ষমতা সম্পন্ন গাইডেড মিছাইল। আকাশৰ পৰা শত্ৰুৰ ক্ষেপণাস্ত্ৰক সঠিকভাৱে লক্ষ্য কৰি ল’বলৈ সক্ষম। ই সীমান্ত অঞ্চলত দ্ৰুত, সঠিক আক্ৰমণ কৰিবলৈও সক্ষম।

পৰীক্ষাৰ সময়ত ইয়াৰ ওচৰত কেইবাটাও টাৰ্গেট ৰখা হয়। সূত্ৰ অনুসৰি এই পৰীক্ষণত ক্ষেপণাস্ত্ৰই লক্ষ্যত সঠিকভাৱে আঘাত কৰে। অপাৰেচন সেন্দূৰৰ সময়ত ৭ মে’ৰ নিশা ভাৰতে একেধৰণৰ UAV-Launched ৰ দ্বাৰা ষ্ট্ৰাইক চলাইছিল। সেই আক্ৰমণত শত্ৰুৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ লঞ্চ পেড আৰু সকলো লজিষ্টিক ধ্বংস হৈছিল। সূত্ৰ অনুসৰি, সেই সময়ত ULPGM ৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। সামৰিক বিশেষজ্ঞসকলৰ মতে এই ULPGM প্ৰযুক্তিয়ে ভাৰতৰ ভৱিষ্যতৰ Loitering Munition আৰু Swarm Drone Warfare ৰ পথ আৰু অধিক শক্তিশালী কৰি তুলিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...