Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা…

Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্মবঁটা ২০২৬। প্ৰতিবাৰৰ দৰে এইবাৰো সমাজৰ কেইবাগৰাকী ব্যক্তিক দেশৰ এই অসামৰিক সন্মান আগবঢ়াইছে। এই লোকসকলে নীৰৱে সমাজৰ হৈ কৰি গৈছে বহু কাম।

Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা...

পদ্ম বঁটা ২০২৬

Updated On: 

25 Jan 2026 | 06:39 PM

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ পালে পদ্ম বঁটা (Padma Award 2026)ৰ তালিকা। প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পূৰ্বে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হয়। এই বঁটা তিনিটা ভাগত ভাগ কৰা হয়। পদ্মবিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। কলা, সমাজসেৱা, বিজ্ঞান, সাহিত্য, আৰু ক্ৰীড়াৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা জাৰি কৰা তথ্য অনুসৰি, এইবাৰ ৫ গৰাকীলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰা হৈছে।

পদ্মবিভূষণ বঁটা

  1. ধৰ্মেন্দ্ৰ সিং দেওল (মৰণোত্তৰভাৱে) (শিল্পী)
  2. শ্ৰীকেটি থমাছ (জনসংযোগ)
  3. এন ৰাজাম (শিল্পী)
  4. শ্ৰী পি নাৰায়ানন (সাহিত্য)
  5. শ্ৰী ভি এছ অচুথানন্ধন (জনসংযোগ)

পদ্মভূষণ

  1. আল্কা য়াগনিক (শিল্পী)
  2.  ভগত সিং কোশ্যাৰী (জনসংযোগ)
  3.  কল্লীপট্টি ৰামসামী পালানিস্বামী (মেডিচিন)
  4. মম্মোটি (শিল্পী)
  5. ডাঃ নোৰি দত্তত্ৰেয়ুদু (মেডিচিন)
  6.  পিযুষ পাণ্ডে (মৰণোত্তৰভাৱে) (শিল্পী)
  7. এছ কে এম মাইলানন্দন (সামাজিক কৰ্মী)
  8. শতবধনী আৰ গণেশ (শিল্পী)
  9. শিবু সোৰেন (মৰণোত্তৰভাৱে)(জনসংযোগ)
  10. উদয় কাকতি (ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি)
  11. ভি কে মালহোত্ৰা (মকৰণোত্তৰভাৱে) জনসংযোগ
  12. ভেল্লাপাল্লেই নাটেছন (জনসংযোগ)
  13. বিজয় অমৃতৰাজ (খেল)

ইয়াৰোপৰি আৰু ১১৩ গৰাকীকৈ লোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

 

অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱস কিয় পালন কৰা হয়? জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...