Independence Day Special: পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উদযাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ, সামাজিক মাধ্যমত পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো | Minister Piyush Hazarika celebrates Independence Day with family Assam news - Assam Tv9

পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উদযাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ, সামাজিক মাধ্যমত পত্নীয়ে শ্বেয়াৰ কৰিলে ফটো

Published: 

15 Aug 2024 | 06:53 PM

আজি দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। অশেষ সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। আজিৰ এই স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিনটোত পৰিয়ালৰ সৈতেও কিছু সময় অতিবাহিত কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

1 / 5আজি সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত পৰিয়ালৰ সৈতেও উদযাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত পৰিয়ালৰ সৈতেও উদযাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

2 / 5

ব্ৰিটিচৰ দুশ বছৰীয়া শাসনৰ অন্ত পেলাই দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা। গোৱালপাৰাত আজি পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে।

3 / 5

পত্নী আইমীয়ে সামাজিক মাধ্যমত পৰিয়ালৰ ফটো শ্বেয়াৰ কৰি লিখিছে- '৭৮ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱপূৰ্ণ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । স্বাধীনতা দিৱসৰ এই শুভক্ষণত দেশ মাতৃৰ স্বাধীনতাৰ বাবে তথা সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সৰ্বস্ব ত্যাগ কৰা প্ৰতিজন সংগ্ৰামী বীৰ- বীৰাংগনাকে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।'

4 / 5

সামাজিক মাধ্যমত পীযূষ আৰু আইমীৰ আছে যথেষ্ঠ অনুৰাগী। ফটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীৰ কমেন্টৰ বৰষুণ আহিবলৈ আৰম্ভ কৰে।

5 / 5

উল্লেখ্য যে, এই বিশেষ দিনটোত তেওঁলোকৰ পুত্ৰ বীৰক দেখা পোৱা নগ'ল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...