দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৯ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

29 Sep 2025 | 10:18 AM

 

আজি ২৯ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৯ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯৫৪ চনত ইউৰোপীয় পাৰমাণৱিক গৱেষণা পৰিষদ (CERN) প্ৰতিষ্ঠা কৰা হয়।

১৬৫০ চনত ইংলেণ্ডত প্ৰথম বিবাহ ব্যুৰো স্থাপন কৰা হয়।

১৭৮৯ চনত আমেৰিকাৰ যুদ্ধ বিভাগে স্থায়ী সেনাবাহিনী স্থাপন কৰে।

১৮৩৬ চনত মাদ্ৰাজ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হয়।

১৯২৭ চনত আমেৰিকা আৰু মেক্সিকোৰ মাজত টেলিফোন সেৱা আৰম্ভ হয়।

১৯৬২ চনত কলকাতাত বিৰলা প্লেনেটেৰিয়াম মুকলি কৰা হয়।

১৯৭১ চনত বংগ উপসাগৰত ঘূৰ্ণীবতাহৰ ধুমুহাত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হয়।

১৯৭০ চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰৰ মৃত্যু হয়।

২০০১ চনত ৰাষ্ট্ৰসংঘই আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰস্তাৱ গৃহীত কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব