দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৯ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

19 Sep 2025 | 09:55 AM

আজি ১৯ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৯ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৮৯১ চনত মানচেষ্টাৰত প্ৰথমবাৰৰ বাবে উইলিয়াম শ্বেক্সপীয়েৰৰ বিখ্যাত নাটক “দ্য মাৰ্চেণ্ট অৱ ভেনিচ” মঞ্চস্থ কৰা হয়।
  2. ১৮৯৩ চনত নিৰ্বাচনী আইন অনুসৰি নিউজিলেণ্ডত সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা হয়।
  3. ১৯৫৫ চনত আৰ্জেণ্টিনাৰ সেনা আৰু নৌসেনাই বিদ্ৰোহ কৰি ৰাষ্ট্ৰপতি জুয়ান পেৰনক পদৰ পৰা অপসাৰণ কৰে।
  4. ১৯৫৭ চনত আমেৰিকাই নেভাদাৰ মৰুভূমিত প্ৰথমটো ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা কৰে।
  5. ১৯৬২ চনত চীনে ভাৰতৰ উত্তৰ সীমান্ত আক্ৰমণ কৰে।
  6. ২০০৬ চনত থাইলেণ্ডত সামৰিক অভ্যুত্থান ঘটে, য’ত জেনেৰেল ছুৰায়ুদ প্ৰধানমন্ত্ৰী হয়।
  7. ২০০৭ চনত চাইবাৰ যুদ্ধৰ সম্ভাৱনাৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ বায়ুসেনাই অস্থায়ী কমাণ্ড গঠন কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব