দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৬ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

06 Nov 2025 | 10:09 AM

আজি ৬ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৬ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৬৩ চনত ব্ৰিটিছ বাহিনীয়ে মিৰ কাছিমক পৰাস্ত কৰি পাটনা দখল কৰে।

১৮১৩ চনত মেক্সিকোৱে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।

১৮৪৪ চনত স্পেইনে ডমিনিকান ৰিপাব্লিক মুক্ত কৰে।

১৮৬০ চনত আব্ৰাহাম লিংকন আমেৰিকাৰ ষোড়শ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯০৩ চনত আমেৰিকাই পানামাৰ স্বাধীনতাক স্বীকৃতি দিয়ে।

১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ নেতাজী সুভাষ চন্দ্ৰ বসুৰ হাতত অৰ্পণ কৰে।

১৯৪৯ চনত গ্ৰীচত গৃহযুদ্ধৰ অন্ত পৰে।

১৯৬২ চনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ গঠন কৰা হয়।

১৯৯০ চনত নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব