দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৪ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

04 Nov 2025 | 10:24 AM

আজি ৪ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৪ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৫০৯ চনত আলমেইডাৰ পিছত আলফনছ’ ডি আলবাকুৱেৰক ভাৰতৰ দ্বিতীয় পৰ্তুগীজ ভাইচৰয় হয়।

১৮২২ চনৰ আজিৰ দিনটোতে দিল্লী পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ হয়।

১৮৫৬ চনত জেমছ বুকানান আমেৰিকাৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হয়।

১৯১১ চনত আফ্ৰিকান দেশ মৰক্কো আৰু কংগো সন্দৰ্ভত ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।

১৭৯১ চনত ৱাবাছৰ যুদ্ধত আমেৰিকাৰ থলুৱা লোকে আমেৰিকান সৈন্যক পৰাস্ত কৰে।

২০০০ চনত ভাৰতৰ বিৰোধিতা সত্ত্বেও জাপানে পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰাৰ লগতে বিভাজনকাৰী সামগ্ৰীৰ উৎপাদন ৰোধ কৰাৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘত গৃহীত হয়।

২০০২ চনত চীনে আছিয়ান দেশসমূহৰ সৈতে মুক্ত বাণিজ্য এলেকাৰ চুক্তি স্বাক্ষৰ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব