ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে জন্ম হৈছিল জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ । একেদৰে আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সংস্থা লীগ অৱ নেচনছ ১৯৪৬ চনৰ ২০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ভংগ কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ২০ এপ্ৰিলৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
Published: 

20 Apr 2025 09:30 AM

ইতিহাসৰ বুকুত ২০ এপ্ৰিলৰ দিনটোৱে বিশেষ গুৰুত্ব লাভ কৰি আহিছে । আজিৰ দিনটোতে জন্ম হৈছিল জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ । একেদৰে আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সংস্থা লীগ অৱ নেচনছ ১৯৪৬ চনৰ ২০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ভংগ কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ২০ এপ্ৰিলৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা ।

ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৭৭৭ চনৰ ২০ এপ্ৰিলত নিউয়ৰ্কে স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে নতুন সংবিধান গ্ৰহণ কৰে। এয়া আছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ অংশ।
  2. ১৯৩৯ চনৰ ২০ এপ্ৰিলত জন্ম হৈছিল জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ । আজি দিনটোত জাৰ্মানীত ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা হয়।
  3. ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সংস্থা লীগ অৱ নেচনছ ১৯৪৬ চনৰ ২০ এপ্ৰিলত আনুষ্ঠানিকভাৱে ভংগ কৰা হয়।
  4. তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডুৰ জন্ম হৈছিল ১৯৫০ চনৰ ২০ এপ্ৰিলত।
  5. মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনৈতিক নেতা মুকুল চাংমাৰ জন্ম হৈছিল ১৯৬৫ চনৰ ২০ এপ্ৰিলত।
  6. ১৭১২ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট জাহান্দৰ শ্বাহে দিল্লীৰ সিংহাসন দখল কৰে।
  7. ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতে তাজিকিস্তানত প্ৰথমটো বিদেশত সামৰিক ঘাটি স্থাপনৰ কথা ঘোষণা কৰে।
আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese