জিভা আৰু মুখত ঘা হোৱাৰ বহুতো কাৰণ আছে।
10 May 2025
TV9 ASSAM
ইয়াৰ কাৰণ হ'ল- সংক্রমণ, আঘাত, খাদ্যৰ অভাৱ, মানসিক চাপ আৰু ভিটামিনৰ অভাৱ।
কাৰণ
ভিটামিন বি (বি-১২, ফলিক এচিড), ভিটামিন চি, আইৰন, জিঙ্কৰ অভাৱে ঘাৰ সৃষ্টি কৰে।
ঘা
নিয়মিত দাঁত নধোৱা বা মুখৰ স্বাস্থ্যৰ অভাৱেও ঘাৰ সৃষ্টি কৰিব পাৰে।
Iদাংতৰ সমস্যা
মুখৰ ভিতৰত আৰু জিভাত ঘা হ'লে আপুনি মৌ ব্যৱহাৰ কৰিব পাৰে।
মৌ
মুখৰ আলচাৰৰ পৰা মুক্তি পাবলৈও ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে।
ফিটকিৰি
এন্টি চেপ্তিক গুণেৰে সমৃদ্ধ হালধিয়ে বহু ৰোগৰ পৰা সকাহ দিয়ে ৷
হালধী
যদি বাৰে বাৰে মুক-জিভাৰ সমস্যাত ভুগিছে তেন্তে চিক
িৎসকৰ সহায় লওক।
চিকিৎসকৰ পৰামৰ্শ
চাবলৈ ক্লিক কৰক
মাতৃ দিৱসৰ শুভেচ্ছা
Learn more