HS Exam 2026 Date: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা, কোনদিনা কি পৰীক্ষা অনুষ্ঠিত হ’ব, চাওক তালিকা…

HS Exam 2026 Date: অৱশেষত ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰে। সেই অনুসৰি, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।

HS Exam 2026 Date: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা, কোনদিনা কি পৰীক্ষা অনুষ্ঠিত হব, চাওক তালিকা...

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন

Published: 

19 Nov 2025 | 06:03 PM

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ যোগেদি এই ঘোষণা কৰে। সেই অনুসৰি, অহা ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬। এই পৰীক্ষাৰ অন্ত পৰিব ১৬ মাৰ্চ, ২০২৬ ত। এই পৰীক্ষা দুটা বেলাত অনুষ্ঠিত হ’ব। পুৱাৰ ভাগৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ, আবেলিভাগৰ পৰীক্ষা দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

উচ্চতৰ মাধ্যমিক পৰীক্ষা

শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে-

 

  • ১১ ফেব্ৰুৱাৰীঃ ইংৰাজী (আবেলি)
  • ১২ ফেব্ৰুৱাৰীঃ স্বদেশ অধ্যয়ন (আবেলি)
  • ১৪ ফেব্ৰুৱাৰীঃ MIL / Alternative English পৰীক্ষা (আবেলি)
  • ১৬ ফেব্ৰুৱাৰীঃ অনথ্ৰমপলজি,ছচিলজি, চেলছ মেনেজমেন্ট এণ্ড এডভাৰটেইজিং (আবেলি)
  • ২০ ফেব্ৰুৱাৰীঃ ষ্টেটেটিক্স (আবেলি)
  • ২১ ফেব্ৰুৱাৰীঃ মিউজিক গ্ৰুপ এ বিষয়ৰ পৰীক্ষা  (পুৱা)
  • ২১ ফেব্ৰুৱাৰীঃ  কম্পিউটাৰ বিজ্ঞান আৰু এপ্লিকেচনৰ পৰীক্ষা (আবেলি)
  • ২৩ ফেব্ৰুৱাৰীঃ বায়’ল’জী / ইনছুৰেঞ্চ / হিষ্টৰীৰ পৰীক্ষা (আবেলি)
  • ২৪ ফেব্ৰুৱাৰীঃ  মিউজিক গ্ৰুপ বি বিষয়ৰ পৰীক্ষা (পুৱা)
  • ২৪ ফেব্ৰুৱাৰীঃ  ভকেচনেল পেপাৰ-১ৰ পৰীক্ষা (আবেলি)
  • ২৫ ফেব্ৰুৱাৰীত তাই ভাষা (আবেলি)
  • ২৬ ফেব্ৰুৱাৰীঃ বিহু বিষয়ৰ পৰীক্ষা (আবেলি)
  • ২৭ ফেব্ৰুৱাৰীঃ গণিত (আবেলি)
  • ২৮ ফেব্ৰুৱাৰীঃমিউজিক গ্ৰুপ চি
  • ২৮ ফেব্ৰুৱাৰীঃ  NSQF বিষয়ৰ পৰীক্ষা (আবেলি)
  • ৫ মাৰ্চঃ পদাৰ্থ বিজ্ঞান, একাউটেঞ্চী, এডুকেশ্বন বিষয়ৰ পৰীক্ষা (আবেলি)
  • ৬ মাৰ্চঃ ভকেচনেল পেপাৰ-২ৰ পৰীক্ষা (পুৱা)
  • ৬ মাৰ্চঃ কম্পিউটাৰ ছায়েঞ্চ বিষয়ৰ পৰীক্ষা (আবেলি)
  • ৭ মাৰ্চঃ  লজিক আৰু ফিলোচফী / ফাইনেঞ্চ / মনোবিজ্ঞান (আবেলি)
  • ৯ মাৰ্চঃ কেমিষ্টী, বিজনেছ ষ্টাডীজ আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা (আবেলি)
  • ১০ মাৰ্চঃ বিজনেছ মেথমেথিকচ আৰু ষ্টেটিচটিকছ, ভূগোল আৰু ভূতত্ত্ব বিষয়ৰ পৰীক্ষা (আবেলি)
  • ১১ মাৰ্চঃ  এডভান্সড লেংগুৱেজ / আৰৱী / পাৰ্ছিয়ান / সংস্কৃত বিষয়ৰ পৰীক্ষা (আবেলি)
  • ১২ মাৰ্চঃ অৰ্থনীতিৰ পৰীক্ষা (আবেলি)
  • ১৩ মাৰ্চঃ মাল্টিমিডিয়া আৰু ৱেব টেকন’ল’জী বিষয়াৰ পৰীক্ষা আবেলি)
  • ১৪ মাৰ্চঃ  ফাইন আৰ্টছ / ইক’নমিক জিয়’গ্ৰাফী / জৈৱপ্ৰযুক্তি বিষয়ৰ (আবেলি)
  • ১৬ মাৰ্চঃ Entrepreneurship Development বিষয়ৰ পৰীক্ষা (পুৱা)
  • ১৬ মাৰ্চঃ এডভান্সড সংস্কৃত বিষয়ৰ পৰীক্ষা (আবেলি)

 

 

অন্য খবৰ পঢ়কঃ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণাঃ কোনটো পৰীক্ষা কোনদিনা অনুষ্ঠিত হ’ব, চাওক তালিকা…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...