ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৮৯২ চনৰ আজিৰ দিনটোতে দাদাভাই নাওৰজী ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য হিচাপে নিৰ্বাচিত হয়। ২০০৬ চনত নাথুলা পাছ পুনৰ মুকলি কৰা হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

06 Jul 2025 | 09:39 AM

৬ জুলাইৰ দিনটো বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৯২ চনৰ আজিৰ দিনটোতে দাদাভাই নাওৰজী ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৬৪ চনত মালাউইয়ে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে আৰু ২০০৬ চনত নাথুলা পাছ পুনৰ মুকলি কৰা হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৭৮৭ চনত পশ্চিম বংগৰ শিৱপুৰত ভাৰতীয় উদ্ভিদ উদ্যান(Indian Botanical Garden) প্ৰতিষ্ঠা হয়।
  2. ১৮৯২ চনত দাদাভাই নাওৰজীয়ে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
  3. ১৯০১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম হয়।
  4. ১৯৬৪ চনত মালাউইয়ে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  5. ১৯৮৬ চনত জগজীৱন ৰামৰ মৃত্যু হয়।
  6. ২০০৬ চনত ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত বন্ধ হৈ থকা নাথুলা পাছ পুনৰ মুকলি কৰা হয়।
  7. ১৯৪৪ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক “জাতিৰ পিতৃ” বুলি উল্লেখ কৰে।
  8. ২০০২ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতি আব্দুল কাদিৰক হত্যা কৰা হয়।
  9. ১৮৮৫ চনত লুই পেষ্টুৰে জলাতংক ৰোগৰ ভেকচিন সফলতাৰে পৰীক্ষা কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...