আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক | 18 April 2025 : Gold and Silver Price in Guwahati Assam news - Assam Tv9

আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক

manas-borah
Updated On: 

18 Apr 2025 11:32 AM

দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭ হাজাৰ ৫৮০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে। আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ ? জানক

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭ হাজাৰ ৫৮০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭ হাজাৰ ৫৮০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৬০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৯ হাজাৰ ৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৬০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৯ হাজাৰ ৯০০ টকাত বিক্ৰী হৈছে।

3 / 5গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৫৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩১৯ টকা হৈছে।

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৫৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩১৯ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,১৯০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৯০০ টকা।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক