সুস্থ হৈ থাকিবলৈ মানুহে নতুন নতুন পদ্ধতি গ্ৰহণ কৰে।

30  july 2025

TV9 ASSAM

কিন্তু খোজ কাঢ়িবলৈ কোনো জিমত যোৱাৰ প্ৰয়োজন নাই আৰু ধন খৰচ কৰিব নালাগে।

খোজ কাঢ়ক

ইয়াৰ সুবিধা পাবলৈ আপুনি মাত্ৰ এটা নিৰ্দিষ্ট সময় বাছি ল’ব লাগিব। 

নিয়ম

সাধাৰণতে আপুনি মানুহক পোনে পোনে খোজ কাঢ়ি যোৱা দেখিছে।

R আখৰৰ লোক

কিন্তু ওলোটাকৈ খোজ কঢ়াটোও যথেষ্ঠ উপকাৰী।

ওলোটাকৈ

 এইদৰে খোজ কাঢ়িলে পেশী শক্তিশালী কৰাত সহায় কৰে।

ওলোটাকৈ খোজ

 ওলোটাকৈ খোজ কাঢ়িলে প্ৰায়ে গাঁঠিৰ বিষৰ পৰা সকাহ পায়। 

বিষ

ওলোটাকৈ খোজ কাঢ়িলে কেলৰি বাৰ্ণ কৰাত সহায় কৰে।

সহায়

লগতে পঢ়ক

উফিৰ সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে নেকি?