বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ, তালিকাত কাৰ কাৰ নাম?

বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ কমিটী ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ। আহ্বায়কসহ ৩৩ জনীয়া ইস্তাহাৰ কমিটী ঘোষণা কংগ্ৰেছৰ।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিধানসভা নিৰ্বাচন ইস্তাহাৰ সমিতিৰ প্ৰস্তাৱিত তালিকাত অনুমোদন জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।

বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ,  তালিকাত কাৰ কাৰ নাম?

বিধানসভাৰ নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ

Updated On: 

11 Aug 2025 | 02:55 PM

২০২৬ৰ  নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধীয়ে। নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শাসকীয় পক্ষৰ সমান্তৰালকৈ আগবাঢ়িছে বিৰোধী। আক্ৰমণাত্মক হৈ উঠিছে দুয়ো পক্ষৰ।  ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ কমিটী ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ। আহ্বায়কসহ ৩৩ জনীয়া ইস্তাহাৰ কমিটী ঘোষণা কংগ্ৰেছৰ।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিধানসভা নিৰ্বাচন ইস্তাহাৰ সমিতিৰ প্ৰস্তাৱিত তালিকাত অনুমোদন জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কোন কোন আছে কংগ্ৰেছৰ ইস্তাহাৰ কমিটীত?

 APCCৰ ইস্তাহাৰ সমিতি

আহ্বায়ক : শান্তনু চক্ৰৱৰ্তী

AICCৰ সহযোগী সদস্য :

১) আকাশ সত্যজিত, গৱেষণা বিভাগ, এআইচিচি

২)  ৰাহুল বাল, তথ্য বিশ্লেষণ, এআইচিচি

সদস্যসকল:

১)  বলীন কুলি
২) মাধৱ ৰাজবংশী
৩) পৃথিৱী মাঝি
৪) আব্দুল খালেক
৫) আতুৱা মুণ্ডা
৬)  অৰুণ দত্ত মজুমদাৰ
৭) অধ্যাপক ৰঞ্জন ৰাভা
৮) ৰমেশ চন্দ্ৰ বৰদলৈ
৯) কৃষ্ণ দাস
১০)  সুকান্ত ভট্টাচাৰ্জী
১১)  কৃষ্ণ শৰ্মা
১২)  জমশ্বেৰ আলী
১৩)  বিদ্যা সিং ৰংপি
১৪)  ধনীৰাম থাওসেন
১৫) মৌচুম বৰুৱা
১৬)  সম্পূৰ্ণ শইকীয়া
১৭)  ড. নাহিদা আখতাৰ চৌধুৰী
১৮) দেবেন দৈমাৰী
১৯)  অবিনাশ গগৈ
২০)  মোহন বসুমতাৰী
২১)  মতিউৰ ৰহমান
২২)  সত্যেন দাস
২৩) মনালিষা বৰুৱা
২৪)  সৌম্য পুৰকায়স্থ
২৫) ডাঃ চুলেমান চৌধুৰী
২৬) অৰিন্দম কাকতি
২৭)  গীতালি দাস
২৮) ড. শ্বাহনৱাজ আহমেদ
২৯)  পল্লব জ্যোতি নাথ
৩০)  ৰূপম বৰা

লগতে পঢ়ক: ডিব্ৰুগড়ৰ চাহ বাগিচাত নাবালিকাৰ সৈতে জঘন্য কাণ্ড! হত্যা কৰি নলাত পেলাই দিলে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব