মহাকুম্ভৰ পৰা অপাৰেচন সেন্দূৰলৈকে, কি কি ঘটনা পৰিঘটনাৰ সাক্ষী হ’ল ২০২৫ বৰ্ষ?
কেতিয়াবা যদি দেশাবাসীয়ে গৌৰৱ অনুভৱ কৰিছিল, আকৌ কেতিয়াবা চকুলো টুকিছিল। এইদৰে বছৰটোৰ পাৰ কৰিলে দেশবাসীয়ে। ২০২৬ বৰ্ষ আৰম্ভ কৰাৰ আগতে ২০২৫ চনটোক এবাৰ উভতি চাওঁ আহক।
পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া। চাওঁতে চাওঁতে ইতিহাস হ’ল ২০২৫ চনটো। নতুন আশা আৰু পৰিকল্পনাৰে ২০২৬ চনটোক আদৰিবলৈ সাজু হৈছে দেশবাসী। কিন্তু ২০২৫ চনটো দেশবাসীৰ বাবে আছিল বৰ্ণময়। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল এই ২০২৫ চনটো। কেতিয়াবা যদি দেশাবাসীয়ে গৌৰৱ অনুভৱ কৰিছিল, আকৌ কেতিয়াবা চকুলো টুকিছিল। এইদৰে বছৰটোৰ পাৰ কৰিলে দেশবাসীয়ে। ২০২৬ বৰ্ষ আৰম্ভ কৰাৰ আগতে ২০২৫ চনটোক এবাৰ উভতি চাওঁ আহক।
