শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মহাকুম্ভৰ পৰা পহলগামলৈ, ২০২৫'ৰ ভয়ংকৰ ঘটনাসমূহ...

মহাকুম্ভৰ পৰা পহলগামলৈ, ২০২৫’ৰ ভয়ংকৰ ঘটনাসমূহ…

Barasha Sarma
Barasha Sarma | Updated On: 01 Jan 2026 10:15 AM

Year Ender 2025: চাওতে চাওতে বছৰটো পাৰ হ'ল। ২০২৫ বছৰটোত মানুহে বহু পাইছে বহু হেৰুৱাইছে। এই বছৰটোত দেশত কিছুমান এনে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে য'ত বহু লোকে প্ৰাণ হেৰুৱাইছে।

আহি পালে নতুন বছৰ। এই নতুন বছৰক লৈ সকলোৰে নিজা নিজা আশা, নিজা নিজা প্ৰস্তুতি। এই সময়চোৱাত বহুতে ঘূৰি চাইছে ২০২৫ চনটিলৈ। এই চনটোত বিভিন্ন ধৰণ ঘটনা সংঘটিত হৈছে। কিন্তু কিছুমান অনাকাংক্ষিত ঘটনাই বহু লোকৰ প্ৰাণ কাঢ়িছে। সেয়া লাগিলে মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনা হওক বা পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ। উল্লেখ্য যে, মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাৰ ফলত বহু লোকৰ প্ৰাণ গৈছিল।

ইয়াৰোপৰি আৰ চি বিৰ পেৰেড, অভিনেতা তথা ৰাজনীতিবিদ বিজয়ৰ ৰেলীত বহু লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰোপৰি কেইবাটাও ৰে’ল দুৰ্ঘটনা, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ, অগ্নিকাণ্ড আদিত মানুহে আপোনজনক হেৰুৱাইছে। মুঠতে এই বছৰটিত মানুহে বিভিন্ন দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হৈছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…