শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শিলসাঁকোত উচ্ছেদিতক পুনৰ সংস্থাপন দাবী কৰ্ণধাৰ সমিতিৰ

শিলসাঁকোত উচ্ছেদিতক পুনৰ সংস্থাপন দাবী কৰ্ণধাৰ সমিতিৰ

manas-borah
Manas Borah | Updated On: 24 Nov 2025 23:25 PM

শিলসাঁকোৰ উচ্ছেদিত লোকক গুৱাহাটীৰ আশে পাশে পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু শিলসাঁকোৰ ফেঞ্চিঙৰ বাহিৰত থকা লোকক মাটিৰ পট্টা প্ৰদানৰ দাবী কৰ্ণধাৰ সমিতিৰ।

শিলসাঁকো বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সংবাদমেল। ভূমিৰ অধিকাৰৰ দাবী তুলি বৰবাৰী দুৰ্গা মন্দিৰ প্ৰাংগনত এই সংবাদমেল। শিলসাঁকোৰ উচ্ছেদিত লোকক গুৱাহাটীৰ আশে পাশে পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু শিলসাঁকোৰ ফেঞ্চিঙৰ বাহিৰত থকা লোকক মাটিৰ পট্টা প্ৰদানৰ দাবী কৰ্ণধাৰ সমিতিৰ। চলিত অসম বিধানসভাৰ শীতকালীন অধিবেশনত শিলসাঁকোৰ প্ৰকল্পস্থলীৰ সীমাৰ বাহিৰত থকা ভূমিৰ দাগ কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী কৰ্ণধাৰ সমিতিৰ নেতৃবৃন্দৰ।