শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Aishwarya Rai Bachchan: এনেকুৱা কি সিদ্ধান্ত ল'লে ঐশ্বৰ্য ৰায়ে ? স্তম্ভিত অনুৰাগী..

Aishwarya Rai Bachchan: এনেকুৱা কি সিদ্ধান্ত ল’লে ঐশ্বৰ্য ৰায়ে ? স্তম্ভিত অনুৰাগী..

manas-borah
Manas Borah | Published: 24 Nov 2025 23:05 PM

ৰজনীকান্তই এটা অদ্ভুত ঘটনাৰ সাক্ষী হৈছিল। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত সেই কাহিনী শ্বেয়াৰ কৰিছে। কাহিনীটো আছিল এই ধৰণৰ…।

দক্ষিণ ভাৰত আৰু বলিউডৰ ছবিৰ বিশেষ প্ৰাৰ্থক্য দেখা নাযায়। বিভিন্ন ছবিত দুয়োটা ইণ্ডাষ্ট্ৰিৰ লোকসকলক একেলগে কাম কৰা দেখা যায়। এই তালিকাত আছে ঐশ্বৰ্য ৰায় বচ্চনো। হঠাতে এটা প্ৰস্তাৱ আহিল ঐশ্বৰ্যলৈ। ছবিখনৰ নাম ৰ’বট। ৰজনীকান্ত অভিনীত এই ছবিখনৰ নায়িকা আছিল তেওঁ। অৱশ্যে এই ছবিখনক লৈ বহুতে কটাক্ষ কৰিছিল ৰজনীকান্তক।

সেই সময়ত মাত্ৰ ছবিখনৰ খবৰ প্ৰকাশ পাইছিল, ইয়াৰ মাজতে ৰজনীকান্তই এটা অদ্ভুত ঘটনাৰ সাক্ষী হৈছিল। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত সেই কাহিনী শ্বেয়াৰ কৰিছে। কাহিনীটো আছিল এই ধৰণৰ…।