শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
PM Modi Speech Live: জি এছ টি সন্দৰ্ভত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

PM Modi Speech Live: জি এছ টি সন্দৰ্ভত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Monjit Dutta
Monjit Dutta | Edited By: Raj Saikia | Updated On: 21 Sep 2025 17:09 PM

PM Narendra Modi Speech On GST: কাইলৈৰ পৰা দেশত প্ৰযোজ্য হ’বলগা নতুন জি এছ টি নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত উল্লেখ কৰিব পাৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধনৰ সময়ত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনাব বুলি আশা কৰা হৈছে।

দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে বিয়লি পাঁচ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব বুলি আজি পুৱাৰ ভাগতে তথ্য প্ৰকাশ পাইছিল। কাইলৈৰ পৰা দেশত প্ৰযোজ্য হ’বলগা নতুন জি এছ টি নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত উল্লেখ কৰিব পাৰে। তদুপৰি নৱৰাত্ৰি সন্দৰ্ভতো প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত উল্লেখ হ’ব পাৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধনৰ সময়ত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনাব বুলি আশা কৰা হৈছে।