প্ৰিয় শিক্ষা গুৰুক উপহাৰৰ বাবে স্মাৰ্ট গেজেট বাছি ল'ব পাৰে, চাওক | Smart Gadgets for Teacher's Day Gift; Details in Assamese Assam news - Assam Tv9

Teachers’ day 2024 : প্ৰিয় শিক্ষা গুৰুক উপহাৰৰ বাবে স্মাৰ্ট গেজেট বাছি ল’ব পাৰে, চাওক

Published: 

02 Sep 2024 | 02:47 PM

শিক্ষক দিৱসৰ উপলক্ষে আপুনি আপোনাৰ প্ৰিয় শিক্ষা গুৰুক স্মাৰ্ট গেজেট উপহাৰ দিব পাৰে । ইয়াত উল্লেখ কৰা গেজেটসমূহ তেওঁলোকৰ বাবে অতি উপযোগী আৰু স্মৰণীয় হৈ থাকিব ।

1 / 5শিক্ষক দিৱসৰ উপলক্ষে আপুনি আপোনাৰ প্ৰিয় শিক্ষা গুৰুক স্মাৰ্ট গেজেট উপহাৰ দিব পাৰে । ইয়াত উল্লেখ কৰা গেজেটসমূহ তেওঁলোকৰ বাবে অতি উপযোগী আৰু স্মৰণীয় হৈ থাকিব । আপুনি ৰেহাই মূল্যত ক্ৰয় কৰিব বিচাৰিলে ই-কমাৰ্চ প্লেটফৰ্ম আমাজন, ফ্লিপকাৰ্টত পৰা ক্ৰয় কৰিব পাৰে ।

শিক্ষক দিৱসৰ উপলক্ষে আপুনি আপোনাৰ প্ৰিয় শিক্ষা গুৰুক স্মাৰ্ট গেজেট উপহাৰ দিব পাৰে । ইয়াত উল্লেখ কৰা গেজেটসমূহ তেওঁলোকৰ বাবে অতি উপযোগী আৰু স্মৰণীয় হৈ থাকিব । আপুনি ৰেহাই মূল্যত ক্ৰয় কৰিব বিচাৰিলে ই-কমাৰ্চ প্লেটফৰ্ম আমাজন, ফ্লিপকাৰ্টত পৰা ক্ৰয় কৰিব পাৰে ।

2 / 5

Rocketbook Smart Notebook: এই বহীখন আপুনি দিব বিচৰা উপহাৰৰ ভাল বিকল্প হ’ব পাৰে। ইয়াত আপুনি ৩৬ টা পৃষ্ঠা পাব, য’ত আপুনি যেতিয়াই বিচাৰে লিখিব আৰু মচিব পাৰিব । এই স্মাৰ্ট নোটবুকৰ পৃষ্ঠাবোৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। ৩৬ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৫,০২১ টকাত আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব।

3 / 5

All-new Kindle: কমপেক্ট আকাৰৰ কিণ্ডল শিক্ষকৰ বাবে এক উত্তম উপহাৰ হ’ব পাৰে। যদি আপোনাৰ বাজেট আৰু অলপ বেছি হয় তেন্তে আপুনি এই গেজেটবিধ কিনিব পাৰে। আপুনি গেজেটবিধ আমাজনত ৯,৯৯৯ টকাত লাভ কৰিব ।

4 / 5

Noise Pro 5 Smart Watch: Noise ৰ স্মাৰ্টৱাচ পুৰুষ আৰু মহিলা শিক্ষক উভয়ৰে বাবে উপহাৰৰ এটা ভাল বিকল্প হ’ব পাৰে। 1.85 ইঞ্চিৰ AMOLED ডিছপ্লে উপলব্ধ এই Noise ৰ স্মাৰ্টৱাচত ১০০ টা স্প’ৰ্টছ মোড আছে। ৩১ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৩,৪৯৯ টকাত আপুনি আমাজনৰ পৰা ক্ৰয় কৰিব পাৰে ।

5 / 5

pTron Dynamo Power bank: 10000 mAh ৰ এই পাৱাৰ বেংকটোত 15W চাৰ্জিঙৰ সামৰ্থ্য আছে । ৫৯ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ১,৮৯৯ টকাত এই পাৱাৰ বেংকটো আপুনি ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰিব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...