Jio Plan: ২৬ টকাত ২৮ দিনৰ বৈধতা, জানক Jio ৰ আকৰ্ষণীয় ৰিচাৰ্জ প্লেনৰ বিষয়ে…

Reliance jio Offer: ৰিলায়েন্স জিঅ'ই বহু সময়ত গ্ৰাহকৰ বাবে কিছুমান সস্তীয়া ৰিচাৰ্জ প্লেন লৈ আহে। তেনে এক প্লেনৰ অধীনত কোম্পানীটোৱে গ্ৰাহকক ২৮ দিনৰ বৈধতা প্ৰদান কৰে।

Jio Plan: ২৬ টকাত ২৮ দিনৰ বৈধতা, জানক Jio ৰ আকৰ্ষণীয় ৰিচাৰ্জ প্লেনৰ বিষয়ে...

ৰিলায়েন্স জিঅ'

Updated On: 

16 Apr 2025 | 01:25 PM

ৰিলায়েন্স জিঅ’ই বিভিন্ন সময়ত গ্ৰাহকৰ বাবে কিছুমান কম খৰচী ৰিচাৰ্জ প্লেন লৈ আহে। ৰিলায়েন্স জিঅ’ই প্ৰিপেইড ব্যৱহাৰকাৰীসকলৰ বাবে ২৬ টকাৰ এখন বিশেষ প্লেন আগবঢ়াই,যাৰ অধীনত গ্ৰাহকে ২৮ দিন পৰ্যন্ত বৈধতা লাভ কৰে। এই ৰিচাৰ্জ প্লেনখনৰ সুবিধা কোনে ল’ব পাৰে, কেনেকৈ ইয়াৰ সুবিধা পাব। এই সকলো এই লেখাটোত উল্লেখ কৰা হ’ল।

২৬ টকীয়া ৰিচাৰ্জ প্লেন

ৰিলায়েন্স জিঅ’ই ২৬ টকীয়া ৰিচাৰ্জ প্লেনখনত প্ৰিপেড ব্যৱহাৰকাৰীসকলক ২ জিবি হাইস্পীড ডাটা প্ৰদান কৰে। ই এক ডাটা প্লেন। যাৰ বাবে আপুনি মাত্ৰ ২৬ টকা খৰচ কৰিলে ডাটাৰ সুবিধা লাভ কৰিব। ২ জিবি হাই স্পীড ডাটা শেষ হোৱাৰ পিছত স্পীড লিমিট ৬৪ কেবিপিএছলৈ হ্ৰাস পাব। উল্লেখ কৰা প্ৰয়োজন যে, এই প্লেনৰ অধীনত আপুনি কল বা মেছেজৰ সুবিধা লাভ নকৰে। ইয়াৰ বাবে অন্য প্লেন ল’ব লাগিব।

বৈধতা

এই ৰিচাৰ্জ প্লেনখনত গ্ৰাহকে ২৮ দিনৰ বৈধতা লাভ কৰিব। ২৮ দিনৰ বৈধতা থকা এইটোৱে সবাতোকৈ সস্তীয়া প্লেন। এয়াৰটেল আৰু ভোডাফোন আইডিয়া ২৬ টকীয়া সস্তীয়া প্লেন আছে যদিও ২৮ দিনৰ বৈধতা প্ৰদান নকৰে। এই প্লেন ৰিলায়েন্স জিঅ’ৰ অফিচিয়েল ৱেবছাইট Jio.com আৰু My Jio app দুয়োটাতে তালিকাভুক্ত কৰা হৈছে। গতিকে যিকোনো মাধ্যমৰ যোগেদি ইয়াৰ সুবিধা লাভ কৰিব পাৰে।

Jio 26 Plan Details

 

এয়াৰটেল আৰু ভিআই

এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ ২৬ টকীয়া প্লেনত ১.৫জিবি হাই স্পীড ডাটা আছে যদিও ৰিলায়েন্স জিঅ’ৰ দৰে নহয়। কিয়নো এই প্লেনে আপোনাক ২৮ দিনৰ নহয় মাত্ৰ ১ দিনৰ বৈধতা প্ৰদান কৰিব।  অধিক জানিবৰ গ্ৰাহকে টেলিকম কোম্পানীৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ গ্ৰাহকলৈ JIO ৰ বিশেষ অফাৰ, ৫০ দিনলৈ বিনামূলীয়া এই সুবিধা, জানক সবিশেষ…

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?