Oppo K12x 5G ৰ পৰা HMD Crest লৈকে, এই মাহত মুকলি কৰা হ’ব কেইবাটাও নতুন স্মাৰ্টফোন
Upcoming Smartphones in July: নতুন স্মাৰ্টফোন কিনাৰ পৰিকল্পনা কৰিছেনে? Realme, Nothing আৰু HMDৰ দৰে কোম্পানীয়ে ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে তেওঁলোকৰ নতুন মডেল। । কোনবোৰ স্মাৰ্টফোন কেতিয়া বজাৰত প্ৰৱেশ কৰিব জানক...
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5