গুগলে আগবঢ়াইছে দেৱালীৰ উপহাৰঃ মাত্ৰ ১১ টকাতে লাভ কৰিব বাম্পাৰ অফাৰ, দূৰ হ’ব ‘প্ৰিয়তম’ক হেৰুৱাৰ ভয়

দেৱালীৰ আনন্দ অধিক কৰি তুলি গুগলে আগবঢ়াইছে উপহাৰ। কোম্পানীটোৱে উপহাৰ ৰূপত ক্লাউড ষ্ট’ৰেজ সেৱাত বিশেষ অফাৰ আগবঢ়াইছে। এই সীমিত সময়ৰ অফাৰৰ অধীনত গুগলে মাত্ৰ ১১ টকাত ২ টিবি পৰ্যন্ত ষ্ট'ৰেজ ক্ৰয় কৰাৰ এক সুন্দৰ সুযোগ আগবঢ়াইছে। গুগলৰ এই অফাৰৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰে, চাওক।

গুগলে আগবঢ়াইছে দেৱালীৰ উপহাৰঃ মাত্ৰ ১১ টকাতে লাভ কৰিব বাম্পাৰ অফাৰ, দূৰ হ’ব ‘প্ৰিয়তম’ক হেৰুৱাৰ ভয়

গুগলৰ বিশেষ অফাৰ

Published: 

20 Oct 2025 | 04:47 PM

দেৱালী বুলিলেই এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে সমাজত, সকলোৰে মনত এক ভৰি পৰে আনন্দত। এই আনন্দৰ ক্ষণতে আমাৰ দৈনন্দিন জীৱনৰ সহচৰ গুগলে আগবঢ়াইছে বাম্পাৰ অফাৰ। দেৱালীৰ আনন্দ অধিক কৰি তুলি গুগলে আগবঢ়াইছে উপহাৰ। কোম্পানীটোৱে উপহাৰ ৰূপত ক্লাউড ষ্ট’ৰেজ সেৱাত বিশেষ অফাৰ আগবঢ়াইছে। এই সীমিত সময়ৰ অফাৰৰ অধীনত গুগলে মাত্ৰ ১১ টকাত ২ টিবি পৰ্যন্ত ষ্ট’ৰেজ ক্ৰয় কৰাৰ এক সুন্দৰ সুযোগ আগবঢ়াইছেগুগলৰ এই অফাৰৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰে, চাওক

গুগল ৱান প্লেনছ

গুগল ৱান লিটল প্লেনঃ এই প্লেনৰ মূল্য প্ৰতিমাহে ৩০ টকা, কিন্তু প্ৰথম তিনিমাহৰ বাবে আপুনি এই প্লেন ১১ টকাক্ৰয় কৰিব পাৰিব। এই প্লেনৰ সৈতে কোম্পানীয়ে ৩০ জিবি ষ্ট’ৰেজ প্ৰদান কৰে।

গুগল ৱান বেচিক প্লেনঃ এই প্লেনৰ মূল্য প্ৰতিমাহে ১৩০ টকা আৰু ইয়াত ১০০ জিবি ষ্ট’ৰেজ সুবিধা আছে। বৰ্তমানৰ অফাৰৰ অধীনত আপুনি তিনি মাহৰ বাবে প্ৰতিমাহে ১১ টকাত এই প্লেনটোও ল’ব পাৰিব।

গুগল ৱান ষ্টেণ্ডাৰ্ড প্লেন ২০০ জিবি ষ্ট’ৰেজৰ সৈতে এই প্লেনৰ মূল্য প্ৰতিমাহে ২১০ টকা, কিন্তু এতিয়া আপুনি এই প্লেন তিনি মাহৰ বাবে প্ৰতিমাহে ১১ টকাক্ৰয় কৰিব পাৰিব।

গুগল ৱান প্ৰিমিয়াম প্লেনঃটিবি ষ্ট’ৰেজৰ সৈতে এই প্লেনৰ মূল্য প্ৰতিমাহে ৬৫০ টকা, কিন্তু এতিয়া এই প্লেনটোও মাত্ৰ ১১ টকা আগবঢ়োৱা হৈছে। তিনিমাহৰ পিছত এই পৰিকল্পনাৰ বাবে প্ৰতিমাহে ৬৫০ টকা খৰচ কৰিব লাগিব

গুগল ৱান অফাৰ কিদৰে সক্ৰিয় কৰিব

গুগল ৱান এপ বা অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনাৰ জিমেইল একাউণ্টেৰে চাইন ইন কৰক

ওপৰৰ বাওঁফালৰ চুকত থকা মেনু আইকন ক্লিক কৰক।

ইয়াত আপুনি Membership Plans বিকল্প দেখা পাব।

আপোনাৰ পছন্দ আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি এটা প্লেন নিৰ্বাচন কৰক।

তাৰ পিছত Get Discount ত ক্লিক কৰক।

পে’মেণ্ট পৰীক্ষা কৰক, তাৰ পিছত ৰেহাই প্লেন সক্ৰিয় কৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...