২০২৫ চনত মুকলি কৰা ৫ টা শ্ৰেষ্ঠ কেমেৰা ফোন... | Best Camera Smartphones 2025: Vivo X300 Pro, iPhone 17 Pro Max, Pixel 10 Pro, S25 Ultra, Oppo Find X9 Pro Compared Assam news - Assam Tv9

ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী নেকি? ২০২৫ চনত মুকলি কৰা এই ৫ টা শ্ৰেষ্ঠ কেমেৰা ফোন…

Updated On: 

27 Dec 2025 16:32 PM

আপোনাক ভাল কেমেৰা থকা স্মাৰ্টফোনৰ প্ৰয়োজন নেকি ? ২০২৫ চনত মুকলি কৰা এই ৫ টা ফোনৰ কেমেৰা ফটোগ্ৰাফীৰ বাবে আটাইতকৈ ভাল বুলি বিবেচিত হৈছে। সবিশেষ চাওক।

1 / 5Vivo X300 Pro: এই Vivo স্মাৰ্টফোনত 50MP প্ৰাইমেৰী কেমেৰা, 50MP আল্ট্ৰা-ৱাইড লেন্স, আৰু 200MP টেলিফটো লেন্স আছে। টেলিফ কেমেৰাই 20x জুম পৰ্যন্ত সমৰ্থন কৰে। প্ৰাথমিক কেমেৰাত চ’নী LYT 828 চেন্সৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও এই হেণ্ডছেটত চেলফিৰ বাবে 50200MP ফ্ৰন্ট কেমেৰা আছে।

Vivo X300 Pro: এই Vivo স্মাৰ্টফোনত 50MP প্ৰাইমেৰী কেমেৰা, 50MP আল্ট্ৰা-ৱাইড লেন্স, আৰু 200MP টেলিফটো লেন্স আছে। টেলিফ কেমেৰাই 20x জুম পৰ্যন্ত সমৰ্থন কৰে। প্ৰাথমিক কেমেৰাত চ’নী LYT 828 চেন্সৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও এই হেণ্ডছেটত চেলফিৰ বাবে 50200MP ফ্ৰন্ট কেমেৰা আছে।

2 / 5

iPhone 17 Pro Max: এই এপলৰ ফ্লেগশ্বিপ ফোনত 48MP ট্ৰিপল ৰিয়াৰ কেমেৰা চিষ্টেম আছে, তিনিওটা কেমেৰাতে 48PM চেন্সৰ আছে। হেণ্ডছেটটোত প্ৰাইমেৰী কেমেৰাৰ সমান্তৰালকৈ আল্ট্ৰা-ৱাইড আৰু টেলিফটো কেমেৰা চেন্সৰও আছে। ই 120fps ত 4K Dolby Vision ভিডিঅ’ সমৰ্থন কৰে। ফোনটোৰ সন্মুখত 18 MP চেলফি কেমেৰা আছে, যিটোৱে উৎকৃষ্ট ফটো আৰু ভিডিঅ’ বন্দী কৰিবলৈ সক্ষম।

3 / 5

Google Pixel 10 Pro: ২০২৫ চনত মুকলি কৰা পিক্সেল ১০ প্ৰ’ত 50MP প্ৰাইমেৰী কেমেৰা, 48MP আল্ট্ৰা-ৱাইড লেন্স, আৰু 5x অপটিকেল জুমৰ সৈতে 48MP টেলিফ’টো কেমেৰা চেন্সৰ আছে। এই ফোনটোত 42MP ফ্ৰন্ট কেমেৰা চেন্সৰও আছে।

4 / 5

Samsung S25 Ultra: Samsung S25 Ultra ত 200MP প্ৰাইমেৰী কেমেৰা, 50MP আল্ট্ৰা-ৱাইড লেন্স, আৰু 5x অপটিকেল জুমৰ সৈতে 50MP টেলিফটো লেন্স আছে। এই ফোনটোত উন্নত ভিডিঅ’ ষ্টেবিলাইজেচন আৰু এটা ডাঙৰ নাইট ফটোগ্ৰাফী এক্সপেৰিয়েঞ্চৰ সৈতে আহে।

5 / 5

Oppo Find X9 Pro: এই Oppo স্মাৰ্টফোনত আছে 50MP প্ৰাইমেৰী কেমেৰা, 50MP আল্ট্ৰা-ৱাইড লেন্স, আৰু 200MP টেলিফটো লেন্স। এই ফোনটোৱে HDR ৰ সহায়ত 120fps ত 4K ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ সক্ষম। সন্মুখত চেলফিৰ বাবে 50MP কেমেৰা চেন্সৰ আছে।

এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...