৭০% পৰ্যন্ত ডাঙৰ ৰেহাইত উপল্লব্ধ 32 পৰা 65 ইঞ্চিলৈকে স্মাৰ্ট টিভি | Amazon Prime Day Sale 2024 Offers get Smart TV on Discount Assam news - Assam Tv9

Amazon Prime Day Sale 2024 : ৭০% পৰ্যন্ত ডাঙৰ ৰেহাইত উপল্লব্ধ 32 পৰা 65 ইঞ্চিলৈকে স্মাৰ্ট টিভি

Published: 

22 Jul 2024 | 09:59 PM

গ্ৰাহকৰ বাবে আৰম্ভ হৈছে Amazon Prime Day Sale 2024। যদি আপুনি ঘৰৰ বাবে নতুন Smart LED TV কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে Amazon Sale Offers ৰ সহায়ত আপুনি হাজাৰ হাজাৰ টকা ৰাহি কৰি নতুন টিভি ক্ৰয় কৰিব পাৰিব।

1 / 5Acer 32 inch TV under 15000: এই 32 ইঞ্চিৰ Acer TV টো আমাজনত ক্ৰয়ৰ বাবে ৪৬ শতাংশ ৰেহাই লাভ কৰিব । ৰেহাইৰ পিছত এই টিভিটো ১২,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। (ফটো- আমাজন)

Acer 32 inch TV under 15000: এই 32 ইঞ্চিৰ Acer TV টো আমাজনত ক্ৰয়ৰ বাবে ৪৬ শতাংশ ৰেহাই লাভ কৰিব । ৰেহাইৰ পিছত এই টিভিটো ১২,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। (ফটো- আমাজন)

2 / 5

Redmi 43 inch TV under 25000:এই 43 ইঞ্চিৰ Redmi TV টো ৪৪ শতাংশ ৰেহাইৰ সৈতে বিক্ৰী কৰা হৈছে। ৰেহাইৰ পিছত ২৩,৯৯৯ টকাত এই টিভিটো কিনিব পাৰিব। (ফটো- আমাজন)

3 / 5

Vu 50 inch TV under 35000: 50 ইঞ্চি স্ক্ৰীণ চাইজৰ এই টিভিটোৱে আমাজনৰ বিক্ৰীত ৪০ শতাংশ ৰেহাই লাভ কৰিছে। বিপুল ৰেহাইৰ পিছত ৩২,৯৯০ টকাত এই টিভিটো কিনাৰ এটা ভাল সুযোগ। (ফটো- আমাজন)

4 / 5

Hisense 55 inch TV under 40000: যদি আপুনি ঘৰ বা অফিচৰ বাবে এটা ডাঙৰ স্ক্ৰীণ টিভি বিচাৰে, তেন্তে আপুনি ৪৯ শতাংশ বাম্পাৰ ডিছকাউণ্টৰ পিছত ৩৫,৯৯৯ টকাত এই 55 ইঞ্চিৰ টিভিটো Amazon sale ত কিনিব পাৰিব। (ফটো- আমাজন)

5 / 5

iFFALCON 65 inch TV under 40000: আপুনি হয়তো বিশ্বাস নকৰিবও পাৰে, কিন্তু আমাজনৰ বিক্ৰীত 65 ইঞ্চিৰ এই ডাঙৰ টিভিটো ৭০ শতাংশ ৰেহাইৰ পিছত ৩৬,৮৯৯ টকাত বিক্ৰী কৰা হৈছে। (ফটো- আমাজন)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...