Smartwatch Discounts : ১০০০ টকাতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টৱাচ…

নতুন স্মাৰ্টৱাচ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি এই স্মাৰ্টৱাচ কেইটা চাওঁক । কাৰণ এই স্মাৰ্টৱাচত আপুনি আকৰ্ষণীয় ৰেহাই লাভ কৰিব । ইয়াৰ লগতে এই স্মাৰ্টৱাচ কেইটা ক্ৰয় কৰিবলৈ আপুনি ডাঙৰ বাজেট প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই ।

Smartwatch Discounts : ১০০০ টকাতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টৱাচ...

স্মাৰ্টৱাচ

Updated On: 

16 Dec 2024 | 05:08 PM

আপুনি নতুন স্মাৰ্টৱাচ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই স্মাৰ্টৱাচ কেইটা চাওঁক । কাৰণ এই স্মাৰ্টৱাচত আপুনি আকৰ্ষণীয় ৰেহাই লাভ কৰিব । ইয়াৰ লগতে এই স্মাৰ্টৱাচ কেইটা ক্ৰয় কৰিবলৈ আপুনি ডাঙৰ বাজেট প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই । এই স্মাৰ্টৱাচবোৰ আপোনাৰ বাজেটৰ ভিতৰত আহিব আৰু দেখাটো যথেষ্ট ক্লাছি। কেৱল ই-কমাৰ্চ প্লেটফৰ্ম আমাজন-ফ্লিপকাৰ্টতে নহয়, আপুনি আন প্লেটফৰ্মতো আকৰ্ষণীয় ৰেহাই লাভ কৰিব ।

INVICTO T800 স্মাৰ্টৱাচ

এই স্মাৰ্টৱাচত 1.9 ইঞ্চি ডিছপ্লে আছে। ইয়াত আপুনি বহুতো ফিচাৰ লাভ কৰিব । এই স্মাৰ্টৱাচত ব্লুটুথ কলিং, ভইচ এচিষ্টেণ্ট, ১২৩ টা স্প’ৰ্টছ মোড উপলব্ধ। এই স্মাৰ্টৱাচটোৰ মূল মূল্য ৯৯৯ টকা । কিন্তু আপুনি ৫০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব । এই স্মাৰ্টৱাচটোত 350mAh বেটাৰী লাভ কৰিব । কোম্পানীটোৰ মতে, এই ঘড়ীটো এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলেই আপুনি ৭ দিন ব্যৱহাৰ কৰিব পাৰিব ।

INEFABLE New Edition

এই স্মাৰ্টৱাচটো অতি ক্লাছি । এই স্মাৰ্টৱাচটো কিনিবলৈ আপুনি মাত্ৰ ৪৬০ টকা খৰচ কৰিব লাগিব। আপুনি এই ঘড়ীটো আমাজনত ৰেহাইৰ ক্ৰয় কৰিব পাৰিব । ইয়াত আপুনি 42mm, 44mm, 45mm, 49mm ৰ চিলিকন ষ্ট্ৰেপ লাভ কৰিব ।

Like Star T800 Ultra Smart Watch

৬১ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৫৭৮ টকাত এই স্মাৰ্টৱাচটো আপুনি লাভ কৰিছে। ইয়াত আপুনি 1.99 ইঞ্চিৰ টাচস্ক্ৰীণ ডিছপ্লে পাব। ইয়াত আপুনি 64 MB ষ্ট’ৰেজৰ বিকল্পও লাভ কৰিব । এই স্মাৰ্টৱাচত আপুনি স্বাস্থ্য ফিচাৰ আৰু স্প’ৰ্টছ মোডো পাব। এই স্মাৰ্টৱাচবোৰৰ বাহিৰেও আৰু বহুতো বিকল্প উপলব্ধ। যদি আপুনি আপোনাৰ বাজেট ১০০০ টকাতকৈ অলপ বেছি, তেন্তে আপুনি বহুতো ব্ৰেণ্ডেড স্মাৰ্টৱাচ কিনিব পাৰিব।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ