‘ক্লাছ ইজ পাৰ্মানেণ্ট’, IPLতো অক্ষয় ৰেকৰ্ডেৰে প্ৰমাণ শচীনৰ…

বিশ্বৰ এই আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল ২০০৮ চনত আৰম্ভ হৈছিল। সকলোৱে ভাবিছিল, টেষ্ট আৰু এদিনীয়াৰ বিশেষজ্ঞ শচীনে টি-২০ ফৰ্মেটৰ আই পি এলত বিশেষ সফল নহ’ব। কিন্তু এই ধাৰণা ভুল প্ৰমাণিত কৰি শচীনে গঢ়া এক অভিলেখ আজিও অক্ষত অৱস্থাত আছে।

Published: 

24 Apr 2025 | 10:56 PM

আজি ৫২ তম জন্মদিন উদযাপন কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় লীগ আই পি এলৰ মাজতে মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে উদযাপন কৰিছে জন্মদিন। স্বাভাৱিকতেই শচীন বুলিলে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ মনলৈ আহে ২২ গজত তেওঁ দেখুৱাই যোৱা অসাধাৰণ তথা অনন্য ক্ৰিকেটীয় কলাৰ দৃশ্য। তাৰ সমান্তৰালকৈ মনলৈ আহে শচীনৰ নামত থকা অলেখ অভিলেখ। কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতে নহয়, আই পি এলতো শচীনে নিজৰ নামত সন্নিৱিষ্ট কৰি গৈছে এক বিশেষ অভিলেখ।

বিশ্বৰ এই আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল ২০০৮ চনত আৰম্ভ হৈছিল আৰু সেই আৰম্ভণি বৰ্ষৰ পৰা ২০১৩ চনলৈ তেওঁ প্ৰতিযোগিতাখনত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিছিল। সকলোৱে ভাবিছিল, টেষ্ট আৰু এদিনীয়াৰ বিশেষজ্ঞ শচীনে টি-২০ ফৰ্মেটৰ আই পি এলত বিশেষ সফল নহ’ব। কিন্তু এই ধাৰণা ভুল প্ৰমাণিত কৰি শচীনে গঢ়া এক অভিলেখ আজিও অক্ষত অৱস্থাত আছে। চাওঁ আহক এই বিষয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...