Daily Horoscope: আজিৰ দিনটো কিদৰে পাৰ হ’ব আপোনাৰ? এইকেইটা ৰাশিৰ বাবে হ’ব পাৰে চিন্তনীয় দিন

ৰাশিফল অনুসৰি আজিৰ দিনটো অধিকাংশ ৰাশিৰ বাবেই শুভ যদিও আন কেইটামান ৰাশিৰ বাবে অশুভ দেখা গৈছে। গতিকে চাওঁ আহক আজিৰ ৰাশিফল অনুসৰি কোনকেইটা ৰাশিৰ লোকৰ বাবে দিনটো শুভ আৰু কোনকেইটা ৰাশিৰ লোকৰ বাবে অশুভ।

Daily Horoscope: আজিৰ দিনটো কিদৰে পাৰ হ’ব আপোনাৰ? এইকেইটা ৰাশিৰ বাবে হ’ব পাৰে চিন্তনীয় দিন

আজিৰ ৰাশিফল

Published: 

09 Aug 2025 06:00 AM

আজি ৯ আগষ্ট, শনিবাৰ। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি প্ৰকাশ কৰা ৰাশিফল অনুসৰি আজিৰ দিনটো অধিকাংশ ৰাশিৰ বাবেই শুভ যদিও আন কেইটামান ৰাশিৰ বাবে অশুভ দেখা গৈছে। সাধাৰণতে জ্যোতিষ বিশ্বাসী লোকসকলে ৰাশিফলত অত্যন্ত বিশ্বাস কৰে আৰু সেয়ে দিনটোৰ এক পূৰ্বানুমান লাভৰ বাবে পুৱাই ৰাশিফলত চকু ফুৰায়। গতিকে চাওঁ আহক আজিৰ ৰাশিফল অনুসৰি কোনকেইটা ৰাশিৰ লোকৰ বাবে দিনটো শুভ আৰু কোনকেইটা ৰাশিৰ লোকৰ বাবে অশুভ-

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজি দিনটো শুভ। সামাজিক অনুষ্ঠানত যোগদান কৰি সুনাম অৰ্জন কৰিব। সন্মান বৃদ্ধি বাঢ়িব। প্ৰেমত শুভ সংগীৰ সৈতে কোনো স্থানলৈ ভ্ৰমণ কৰিব পাৰে আত্মীয়ৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো আজি দিনটো শুভ বিবেচিত কৰ্ম সংক্ৰান্তত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। আপোনজনৰ লগত সময় কটাব, ইয়াৰ দ্বাৰা মানসিক প্ৰশান্তি। ধৰ্মীয় কামত আপোনাৰ কিছু খৰচ হব। আপোনাৰ হেৰুওৱা ধন ঘূৰাই পাব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজি দিনটো কিছু প্ৰত্যাহ্বানজনক অধিক কামৰ বাবে কিছু মানসিক হেঁচাৰ সন্মুখীন পাৰে নিজ কাৰ্য সম্পাদনত ধৈৰ্যৰে আগবাঢ়িব লাগিব ঘৰৰ ৰক্ষণাবেক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব আৰু ই আপোনাৰ জীৱন ধাৰণৰ মানদণ্ডতো পৰিৱৰ্তন আনিব।

কৰ্কট ৰাশিৰ ৰাশিফল

যিকোনো কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হ’ব পাৰে। কামৰ অত্যধিক বোজাৰ বাবে মানসিকভাৱে কিছু ভাৰাক্ৰান্ত পাৰে আন কোনো লোকৰ কথাত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ নকৰিব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।

সিংহ ৰাশিৰ ৰাশিফল

বৈবাহিক জীৱনৰ লগতে প্ৰেমৰ সম্পৰ্কও উন্নত কৰ্মক্ষেত্ৰ তথা সামাজিক ক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি পাব ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ প্ৰভাৱ বৃদ্ধি পাব দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা ভাল খবৰ শুনিবলৈ পাব পাৰে। অবিবাহিত লোকে আজি নিজৰ সংগীক লগ পাব।

কন্যা ৰাশিৰ ৰাশিফল

খৰচৰ প্ৰতি মনোযোগ দিব লাগিব, তেতিয়াহে আপোনাৰ আৰ্থিক অৱস্থা ভাল ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ ক্ষেত্ৰত বাধা আছিল যদি আজি দূৰ নতুন ঘৰ, বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। অচিনাকি লোকক সহজে বিশ্বাসত লে সমস্যাত পৰিব পাৰে

তুলা ৰাশিৰ ৰাশিফল

যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন হ’ব। আপোনাৰ আচৰণৰ বাবে সন্মান লাভ কৰিব। বাহন ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ’ব লাগিব সামাজিক কামত জড়িত লে সুনাম অৰ্জন কৰিব, ইয়াৰ দ্বাৰা আপোনাৰ ভাবমূৰ্তি অধিক উন্নত হ’ব আপোনাৰ ব্যয় কিছু বৃদ্ধি হ’ব পাৰে। আন লোকৰ কথাত অপ্ৰয়োজনীয়ভাৱে জড়িত হোৱাৰ পৰা বিৰত থাকিব

বৃশ্চিক ৰাশিৰ ৰাশিফল

কৰ্ম সংক্ৰান্তত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। আৱেগৰ দ্বাৰা পৰিচালিত হৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। ঘৰলৈ কোনো নতুন অতিথিৰ আগমন ঘটিব পাৰে কোনো বিশেষ লোকৰ সৈতে সাক্ষাৎ পাৰে অংশীদাৰিত্বৰে কিছু কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আপোনাৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। বহু কামে একেলগে জুমুৰি দিব পাৰে ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। বৈবাহিক সম্পৰ্ক উন্নত পত্নীৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব পাৰে দান-বৰঙণিৰ দৰে কামৰ প্ৰতি আগ্ৰহী হ’ব। পৰিয়ালৰ লোকৰ সৈতে কোনো কথাত সংঘাত পাৰে

মকৰ ৰাশিৰ ৰাশিফল

বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আজি সম্পূৰ্ণ হ’ব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত কিছু সাৱধান হ’ব লাগিব। কাৰোবাক ধন ধাৰে দিয়ে যদি সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট কম। সন্তানৰ কেৰিয়াৰক লৈ কিছু শংকিত পাৰে আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

উপাৰ্জনৰ নতুন পথ মুকলি পাৰে গতিকে আৰ্থিক দিশত শুভ অৱশ্যে বৈবাহিক জীৱনত কিছু সমস্যাই দেখা দিব পাৰে মতানৈক্যই দেখা দিলে আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব চাকৰিক লৈ চিন্তিত লোকসকলে আজি এক ভাল সুযোগ লাভ কৰিব পাৰে।

মীন ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। সন্তানে চাকৰি লাভ কৰিব পাৰে, যাৰ বাবে আপুনি যথেষ্ট সুখী ব। ভ্ৰমণলৈ সুযোগ লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি সন্দৰ্ভত আইনী বিবাদ হৈছিল যদি আজি সেই বিষয়ত কিছু সমস্যাই দেখা দিব পাৰে বহুদিনৰ মূৰত কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ পাৰে।

জীৱনৰ বেয়া সময় আঁতৰাবলৈ ঘৰৰ এইটো স্থানত ৰাখক ঘড়ী, দূৰ হ'ব বিপদ!
নাই দৃষ্টিশক্তি হেৰুৱাৰ ভয়, এনে সহজ উপায়েৰে বজাই ৰাখিব পাৰিব চকুৰ স্বাস্থ্য
প্ৰতিদিনে খাওক এইসমূহ খাদ্য, দূৰ হ'ব হৃদৰোগৰ সমস্যা!
১০ হাজাৰ টকা বৃদ্ধি পাব পাৰে সোণৰ দৰ, ট্ৰাম্পৰ এই সিদ্ধান্তৰ পৰিব প্ৰভাৱ