Visa free travel: ভিজা অবিহনে ভ্ৰমণ কৰক এই দেশ কেইখন... | You can travel these countries from India without Visa, Details in Assamese Assam news - Assam Tv9

Visa free travel: ভিজা অবিহনে ভ্ৰমণ কৰক এই দেশ কেইখন…

Published: 

27 Jul 2024 | 05:38 PM

বিদেশ ভ্ৰমণৰ বাবে ভিজাৰ প্ৰয়োজন হয় । কিন্তু এনে কিছুমান দেশ আছে, য’ত ভাৰতৰ পৰা ভ্ৰমণৰ বাবে ভিজাৰ প্ৰয়োজন নাই । আপুনি বিদেশ ভ্ৰমণৰ পৰিকল্লনা কৰিছে যদি চাওক কোন কেইখন দেশ ভিজা অবিহনে ভ্ৰমণ কৰিব পাৰিব...

1 / 8বিদেশ ভ্ৰমণৰ বাবে ভিজাৰ প্ৰয়োজন হয় । কিন্তু এনে কিছুমান দেশ আছে, য’ত ভাৰতৰ পৰা ভ্ৰমণৰ বাবে কোনো ধৰণৰ ভিজাৰ প্ৰয়োজন নাই ।

বিদেশ ভ্ৰমণৰ বাবে ভিজাৰ প্ৰয়োজন হয় । কিন্তু এনে কিছুমান দেশ আছে, য’ত ভাৰতৰ পৰা ভ্ৰমণৰ বাবে কোনো ধৰণৰ ভিজাৰ প্ৰয়োজন নাই ।

2 / 8

দক্ষিণ-পূব এছিয়াৰ দেশ মালয়েছিয়া ভ্ৰমণৰ বাবে ভিছাৰ প্ৰয়োজন নাই। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এই দেশত ভ্ৰমণৰ খৰচো বেছি নহয়।

3 / 8

একেদৰে ইণ্ডোনেছিয়া ভ্ৰমণৰ বাবেও ভাৰতীয় পৰ্যটকৰ বাবে ভিছাৰ প্ৰয়োজন নাই । ভিজাৰ অবিহনে এই দেশখন ভ্ৰমণ কৰিব পাৰিব ।

4 / 8

দ্বীপৰাষ্ট্ৰ ফিজি, প্ৰশান্ত মহাসাগৰীয় এই দেশখন ভ্ৰমণ কৰিবলৈ ভিছাৰ প্ৰয়োজন নাই।

5 / 8

মৰিচাছ বিশ্বৰ পৰ্যটকৰ মাজত অতি জনপ্ৰিয় । মৰিচাছ ভ্ৰমণৰ বাবে প্ৰয়োজন নহয় ভিজা ।

6 / 8

ভাৰতৰ ওচৰৰে ম্য়ানমাৰলৈ যাবলৈও ভিজাৰ প্ৰয়োজন নহয় ।

7 / 8

ভাৰতৰ চুবুৰীয়া দেশ নেপাল ভ্ৰমণৰ বাবেও ভিছাৰ প্ৰয়োজন নাই। ইয়াৰ লগতে ভাৰতীয়সকলে ভিছা অবিহনে শ্ৰীলংকা ভ্ৰমণ কৰিব পাৰে।

8 / 8

ভিছা অবিহনে কাটাৰ, ওমান আদি মধ্যপ্ৰাচ্যৰ দেশ ভ্ৰমণ কৰিব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...