শিশুৰ বাবে বিশেষ যোগাসনঃ যিয়ে শাৰীৰিক-মানসিক স্বাস্থ্য উন্নত কৰে – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

শিশুৰ বাবে বিশেষ যোগাসনঃ যিয়ে শাৰীৰিক-মানসিক স্বাস্থ্য উন্নত কৰে

Published: 

05 Jun 2024 12:39 PM

শিশুৰ পৰা প্ৰাপ্ত বয়স্কলৈ সকলোৰে বাবে যোগ কৰাতো ভাল। শিশুৰ বাবে এনে কিছুমান যোগাসন আছে যি সহজ আৰু এই আসন কৰিলে যথেষ্ঠ ভাল হয়। ই শিশুৰ শাৰীৰিক,মানসিক বিকাশত সহায় কৰে।

1 / 5বৃক্ষাসন: এই আসন কৰিলে শৰীৰত ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই  একাগ্ৰতা বৃদ্ধি কৰে আৰু মেৰুদণ্ড, গোৰোহা, উৰু আদিৰ পেশী শক্তিশালী কৰে। ইয়াৰ ই শিশুৰ বাবেও অতি উপকাৰী। এই আসন কৰিলে উচ্চতা বৃদ্ধিত সহায় হয়। PIC: freepik

বৃক্ষাসন: এই আসন কৰিলে শৰীৰত ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই একাগ্ৰতা বৃদ্ধি কৰে আৰু মেৰুদণ্ড, গোৰোহা, উৰু আদিৰ পেশী শক্তিশালী কৰে। ইয়াৰ ই শিশুৰ বাবেও অতি উপকাৰী। এই আসন কৰিলে উচ্চতা বৃদ্ধিত সহায় হয়। PIC: freepik

2 / 5

3 / 5

ধনুৰাসনঃএই আসনৰ দ্বাৰা শিশুৰ উচ্চতা বৃদ্ধি হয়। ইয়াৰ উপৰিও ই শিশুৰ মানসিক স্বাস্থ্যও ভাল কৰি ৰাখে । এই আসন কৰিলে ডিঙি, কান্ধ আৰু বুকুৰ পেশীবোৰক ভালে থাকে।PIC: freepik

4 / 5

চক্ৰাসনঃ এই আসন কৰিলে শিশুৰ উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় হয় বুলি কয়। ইয়াৰোপৰি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু লগতে চকু আৰু মানসিক স্বাস্থ্যৰ উপকাৰ হয়। PIC: freepik

5 / 5

সূৰ্য্য নমস্কাৰঃ এই আসন কৰা শিশুৰ বাবেও ভাল। এই প্ৰক্ৰিয়াটোত ১২টা যোগ আসন আছে যিয়ে শিশুৰ উচ্চতা বৃদ্ধি কৰে লগতে পেশী শক্তিশালী কৰে। PIC: pexel

হ্ৰাস পাব বৃক্ক ৰোগৰ সম্ভাৱনা! মাত্ৰ খাবলৈ আৰম্ভ কৰক এই ৫বিধ খাদ্য...
ৰাষ্ট্ৰপতি পুটিনৰ দেশ ৰাছিয়াত হিন্দুৰ সংখ্যা কিমান ?
তল পেটত বিষ হৈ থাকে নেকি? হ'ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক...
বেয়া কলেষ্টেৰল স্বাভাৱিকভাৱে হ্ৰাস কৰিব পৰা ৫ বিধ স্বাস্থ্যকৰ খাদ্য
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা