মাহেকীয়াৰ সময়ত ভুলতেও নকৰিব এইবোৰ কাম, নহ’লে বিপদত পৰিব আপুনি! | Women Should avoid this Thing during menstrual cycle Assam news - Assam Tv9

মাহেকীয়াৰ সময়ত ভুলতেও নকৰিব এইবোৰ কাম, নহ’লে বিপদত পৰিব আপুনি!

Published: 

24 Jul 2025 15:25 PM

ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক অস্বস্তি বাঢ়ি যায়। কেতিয়াবা পেটৰ তীব্ৰ বিষ, কেতিয়াবা অত্যধিক ৰক্তক্ষৰণ। মহিলাসকলে শাৰীৰিক দুৰ্বলতাও অনুভৱ কৰে। ঋতুস্ৰাৱৰ সময়ত আপুনি কি খায় সেই বিষয়ে সচেতন হ’লে শাৰীৰিক অস্বস্তি হ্ৰাস পাব পাৰে।

1 / 7ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক অস্বস্তি বাঢ়ি যায়। কেতিয়াবা পেটৰ তীব্ৰ বিষ, কেতিয়াবা অত্যধিক ৰক্তক্ষৰণ। শাৰীৰিক দুৰ্বলতাও মহিলাসকলে অনুভৱ কৰে।

ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক অস্বস্তি বাঢ়ি যায়। কেতিয়াবা পেটৰ তীব্ৰ বিষ, কেতিয়াবা অত্যধিক ৰক্তক্ষৰণ। শাৰীৰিক দুৰ্বলতাও মহিলাসকলে অনুভৱ কৰে।

2 / 7

ঋতুস্ৰাৱৰ সময়ত কি খাব আৰু কি নাখাব সেই বিষয়ে সচেতন হ’লে শাৰীৰিক অস্বস্তি হ্ৰাস পাব পাৰে। চিপচ, নিমখীয়া খাদ্য, মিঠা খাদ্য আদি পৰিহাৰ কৰক। এইবোৰ খালে শৰীৰত পানী জমা হ'ব পাৰে। শৰীৰটো গধুৰ অনুভৱ হয়।

3 / 7

কেৱল ঋতুস্ৰাৱ হোৱাৰ বাবেই ব্যায়াম বন্ধ কৰাৰ প্ৰয়োজন নাই। এই সময়ত সাধাৰণ ব্যায়ামে ঋতুস্ৰাৱৰ লগত জড়িত শাৰীৰ বিষ উপশম কৰে।

4 / 7

ঋতুস্ৰাৱৰ সময়ত বেছি সময় খালী পেটেৰে নাথাকিব। এই সময়ত শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱাৰ লগতে শৰীৰ দুৰ্বল হৈ পৰে। এই সময়ত পুষ্টিকৰ খাদ্য খাব লাগে। অৱশ্যে চেনিযুক্ত খাদ্য পৰিহাৰ কৰক।

5 / 7

ঋতুস্ৰাৱৰ সময়ত শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে। মহিলাসকলৰ মেজাজ খিংখিঙীয়া হৈ পৰে। এই সময়ত নিশা টোপনি কমকৈ আহে। অনিদ্ৰাৰ সমস্যাই শাৰীৰিক অস্বস্তি বৃদ্ধি কৰিব পাৰে।

6 / 7

ঋতুস্ৰাৱৰ সময়ত চাহ, কফি বা কেফেইনযুক্ত পানীয় সেৱন নকৰিব। ইয়াৰ ফলত শৰীৰৰ ডিহাইড্ৰেচন হ’ব পাৰে, লগতে মূৰৰ বিষ হব পাৰে।

7 / 7

ঋতুস্ৰাৱৰ সময়ত বেছিকৈ গাখীৰ বা গেছ হোৱা খাদ্য খাব নালাগে। দুগ্ধজাতীয় সামগ্ৰীয়ে গেছৰ সমস্যা বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি কৰে।

উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক
বাৰীৰ কলপাতত আছে আপোনাৰ জেপৰ ধন ৰাহি কৰাৰ যাদু! জানেনে কলপাতত আহাৰ খোৱাৰ উপকাৰিতা কিমান?
সপোনত কেতিয়াবা ওপৰৰ পৰা পৰি যোৱা দেখিছে নেকি? কি সূচায় এনে সপোনে?