বসয় ৩০ ! মহিলাসকলৰ শৰীৰত এইসমূহ লক্ষণে দেখা দিব পাৰে, সবিশেষ জানক | Women Health Body changes after 30 years ; know more in assamese Assam news - Assam Tv9

Women Health : বসয় ৩০ ! মহিলাসকলৰ শৰীৰত এইসমূহ লক্ষণে দেখা দিব পাৰে, গতিকে সাৱধান হওক…

Published: 

18 Sep 2024 17:10 PM

৩০ বছৰৰ পাছত মহিলাৰ ক্ষেত্ৰত বহু শাৰীৰিক সমস্যা দেখা যায় । ৩০ বছৰ বয়সৰ পৰাই মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে । গতিকে মহিলাসকলে এই সময়ছোৱাত কিছু সাৱধানতা অৱলম্বন কৰা উচিত । শৰীৰত কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

1 / 8৩০ বছৰৰ পাছত মহিলাৰ ক্ষেত্ৰত বহু শাৰীৰিক সমস্যা দেখা যায় ।  ৩০ বছৰ বয়সৰ পৰাই মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে ।

৩০ বছৰৰ পাছত মহিলাৰ ক্ষেত্ৰত বহু শাৰীৰিক সমস্যা দেখা যায় । ৩০ বছৰ বয়সৰ পৰাই মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে ।

2 / 8

গতিকে মহিলাসকলে এই সময়ছোৱাত কিছু সাৱধানতা অৱলম্বন কৰা উচিত । শৰীৰত কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

3 / 8

বহু মহিলাৰ ৩০ বছৰৰ পিছত ওজন বাঢ়িবলৈ আৰম্ভ কৰে। যদি ওজন বাঢ়িবলৈ আৰম্ভ কৰে তেন্তে নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে খাদ্য আৰু ব্যায়ামক গুৰুত্ব দিব লাগে।

4 / 8

বয়স বৃদ্ধিৰ লগে লগে পুৰুষ বা মহিলাৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা দেখা যায় । কিন্তু মহিলাৰ ক্ষেত্ৰত এই সমস্যা ৩০ বছৰৰ পিছত আৰম্ভ হয়। আনকি ঋতুস্ৰাৱৰ কিছু সমস্যাও হ’ব পাৰে। ঋতুস্ৰাৱও অনিয়মিত হৈ পৰে, বহুতৰে মাহেকীয়া বন্ধ হ’ব পাৰে ।

5 / 8

হৰম’নৰ ভাৰসাম্যহীনতা থকা মহিলাৰ ক্ষেত্ৰত পলিচিষ্টিক অভাৰী চিনড্ৰম হ’ব পাৰে। ৩০ বছৰৰ পিছত পুনৰ এইচ পি ভি পৰীক্ষা কৰিব পাৰে। ইয়াৰ জৰিয়তে জৰায়ুৰ কৰ্কট ৰোগৰ আশংকা আছে নে নাই সেইটো ধৰা পৰিব।

6 / 8

জৰায়ুৰ সংক্ৰমণ কি?

7 / 8

উশাহ-নিশাহৰ সমস্যা, বুকুৰ ধপধপনিৰ ক্ষেত্ৰত সাৱধান হওক। কৰ্মৰ চাপ, মানসিক চাপ, পেছাদাৰী জীৱনৰ জীৱনশৈলী এই সকলোবোৰেই হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে লিপিড প্ৰফাইল টেষ্ট, চুগাৰ টেষ্ট বা আন যিকোনো প্ৰয়োজনীয় পৰীক্ষা নিয়মীয়াকৈ কৰিব লাগে।

8 / 8

বহুতে ৩০ বছৰৰ পিছত মাতৃ হোৱাৰ কথা ভাবে। কিন্তু ৩০ বছৰৰ পিছত জৰায়ুৰ ক্ষমতা আৰু প্ৰজনন ক্ষমতা দুয়োটা কমি যায়। গতিকে এই ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক