শীতকালত ৰাতিপুৱা কিয় শৰীৰ চৰ্চা কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ? জানক | Winter Morning Stretching: Essential for Health and Vitality During the Cold Season Assam news - Assam Tv9

Winter Morning Stretching: শীতকালত ৰাতিপুৱা কিয় শৰীৰ চৰ্চা কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ? জানক

Updated On: 

14 Dec 2024 22:41 PM

শীতকালত ৰাতিপুৱা ষ্ট্ৰেচিং এক্সাৰচাইজ বা যোগাসন কৰাটো অতি প্ৰয়োজন। শীতকালত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰাতিপুৱা কিছু সময় ষ্ট্ৰেচিং বা যোগাসন কৰাৰ অভ্য়াস কৰক ।

1 / 5শীতকালত ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছুমান ষ্ট্ৰেচিং এক্সাৰচাইজ বা যোগাসন কৰাটো অতি প্ৰয়োজন। শীতকালত ৰাতিপুৱা সাৰ পোৱাৰ পিছত ষ্ট্ৰেচিং কৰাৰ আঁৰত বহু কাৰণ থাকে। শীতকালত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰাতিপুৱা কিছু সময় ষ্ট্ৰেচিং বা যোগাসন কৰাৰ অভ্য়াস কৰক ।

শীতকালত ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছুমান ষ্ট্ৰেচিং এক্সাৰচাইজ বা যোগাসন কৰাটো অতি প্ৰয়োজন। শীতকালত ৰাতিপুৱা সাৰ পোৱাৰ পিছত ষ্ট্ৰেচিং কৰাৰ আঁৰত বহু কাৰণ থাকে। শীতকালত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে ৰাতিপুৱা কিছু সময় ষ্ট্ৰেচিং বা যোগাসন কৰাৰ অভ্য়াস কৰক ।

2 / 5

শীতকালত ষ্ট্ৰেচিং ৱৰ্কআউটে আপোনাক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। আচলতে যেতিয়া আপুনি ৱৰ্কআউট কৰে তেতিয়া শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় । ফলত শৰীৰটো গৰম হৈ থাকে আৰু লগতে অক্সিজেনৰ সোঁতও বৃদ্ধি পায়। ইয়াৰ ফলত শক্তিও বৃদ্ধি পায় আৰু আপুনি অধিক শক্তিশালী অনুভৱ কৰে।

3 / 5

শীতকালত মানুহে পেশীৰ জঠৰ হোৱা, বিষ আদি সমস্যাৰ সন্মুখীন হয়। ইয়াৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উত্তম উপায় হ’ল প্ৰতিদিনে পুৱা ষ্ট্ৰেচিং এক্সাৰচাইজ কৰা। আচলতে শীতকালত জঠৰতা বৃদ্ধি পায়, ইয়াৰ পৰা হাত সাৰিবলৈ শাৰীৰিক কাৰ্যকলাপ কৰি থকাটো প্ৰয়োজনীয়।

4 / 5

শীতকালত ষ্ট্ৰেচিং ৱৰ্কআউট কৰিলে শৰীৰৰ সমস্যাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি । লগতে বিষৰ পৰাও সকাহ দিয়ে। পেশী আৰু কলাত আঘাত পালেও ষ্ট্ৰেচিঙে সোনকালে আৰোগ্য কৰাত সহায় কৰে ।

5 / 5

ডিঙি, পিঠি আৰু কান্ধৰ বিষৰ সমস্যা সেইসকল লোকৰ মাজত দেখা যায় যিসকলে দীৰ্ঘ সময় ধৰি ফোন ব্যৱহাৰ কৰে আৰু এটা ঠাইত বহি লেপটপ বা ডেস্কটপত কাম কৰে। শীতকালত এই সমস্যা অধিক হয় । গতিকে ৰাতিপুৱা ষ্ট্ৰেচিং কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ ৰাতিপুৱা শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…