পুনৰ অভিলেখ ভংগ! দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হ'ল প্ৰায় ৩০ কোটি টকাৰ সুৰা | wine sold record during durga puja in guwahati assam Assam news - Assam Tv9

পুনৰ অভিলেখ ভংগ! দুৰ্গা পূজাৰ সময়ত মহানগৰীত বিক্ৰী হ’ল প্ৰায় ৩০ কোটি টকাৰ সুৰা

Updated On: 

13 Oct 2024 | 10:15 PM

দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ। পূজাৰ দিনকেইটাত ৩০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী মহানগৰীত। গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে

1 / 5 ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা  দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

2 / 5

মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

3 / 5

ইয়াৰ মাজতে পুনৰ নতুন অভিলেখ গঢ়িলে গুৱাহাটীত সুৰাপায়ীয়ে। পূজাৰ ৪টা দিনত মহানগৰীৰ সুৰাপায়ীয়ে কিনিলে ৩০ কোটিৰো অধিক টকাৰ সুৰা।

4 / 5

গুৱাহাটী সুৰা বিক্ৰীৰ ২০২২-২৩ বৰ্ষৰ অভিলেখ ভংগ কৰিলে সুৰাপায়ীয়ে। উল্লেখ্য যে ২০২২ বৰ্ষত ১৬.৮০ কোটি টকা আৰু ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল মহানগৰীত।

5 / 5

কিছুদিন পূৰ্বে প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩ৰ তুলনাত ২০২৪ৰ এপ্ৰিলত হ্ৰাস পাইছিল ক্ৰয় কৰা সুৰাৰ পৰিমাণ । সুৰাৰ দাম বৃদ্ধিৰ পাছতে অসমত হ্ৰাস পাইছিল সুৰাৰ বিক্ৰী ৷ তাৰ পাছত বিক্ৰেতাসকলক সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ আদেশ জাৰি কৰিছিল অসম চৰকাৰৰ আবকাৰী বিভাগে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...