শাওন মাহত কিয় খাব নালাগে পিয়াঁজ-নহৰু? ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ জানক…
শাওন মাহত চাৰিওফালৰ সেউজীয়া আৰু বৰষুণৰ বৰষুণৰ বাবে মনটোৱে যথেষ্ট শান্তি পায়। যিটো আমাৰ মানসিক স্বাস্থ্যৰ বাবেও ভাল। একে সময়তে শাওন মাহৰ ধৰ্মীয় তাৎপৰ্যও আছে। ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হৈছে এই মাহটো। এই সময়ত ভক্তসকলে ৰীতি-নীতিৰে মহাদেৱক পূজা কৰে। এই সময়ত অহা প্ৰতিটো সোমবাৰক অতি বিশেষ বুলি গণ্য কৰা হয়।
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6