ধূমপান কেনেকৈ এৰিব ! পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থাই | WHO Guideline To Help Adults Quit Tobacco Assam news - Assam Tv9

ধূমপানৰ অভ্যাস কেনেকৈ এৰিব ? বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়ালে ডাঙৰ পৰামৰ্শ…

Published: 

24 Jul 2024 | 02:22 PM

ডেকাৰ পৰা বুঢ়ালৈকে সমাজৰ বহু সংখ্যক মানুহ চিগাৰেট, বিড়ি, গাঞ্জাৰ প্ৰতি আসক্ত। বহুতে বহু চেষ্টা কৰিও এই নিচা এৰিব নোৱাৰে । শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এই নিচা পৰা কেনেকৈ মুক্ত হ'ব পাৰি তাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে ।

1 / 8ডেকাৰ পৰা বুঢ়ালৈকে  সমাজৰ বহু সংখ্যক মানুহ চিগাৰেট, বিড়ি, গাঞ্জাৰ প্ৰতি আসক্ত। বহুতে বহু চেষ্টা কৰিও এই নিচা এৰিব নোৱাৰে ।

ডেকাৰ পৰা বুঢ়ালৈকে সমাজৰ বহু সংখ্যক মানুহ চিগাৰেট, বিড়ি, গাঞ্জাৰ প্ৰতি আসক্ত। বহুতে বহু চেষ্টা কৰিও এই নিচা এৰিব নোৱাৰে ।

2 / 8

শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এই নিচা পৰা কেনেকৈ মুক্ত হ'ব পাৰি তাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে ।

3 / 8

বিশ্বৰ ৭.৫ কোটিতকৈ অধিক লোকে ধূমপান ত্যাগ কৰিব বিচাৰে বুলি WHO ৰ তথ্যত প্ৰকাশ পাইছে ।

4 / 8

বহুতে ইচ্ছা কৰিলেও ধূমপান এৰিব নোৱাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এনে ধূমপায়ীসকলক সহায় কৰাৰ কিছু উপায় আগবঢ়াইছে।

5 / 8

ধূমপান বন্ধ কৰাৰ বাবে কিছুমান ঔষধৰ কথা WHO য়ে উল্লেখ কৰিছে। ধূমপান এৰিবলৈ ভেৰেনিক্লিন, চাইটিচিন, বুপ্ৰ’পিয়ন আদি ঔষধ ব্যৱহাৰ কৰিব পাৰি।

6 / 8

ইয়াৰ উপৰিও মনোবিজ্ঞানীৰ সৈতে চিকিৎসাৰ পৰামৰ্শও দিয়া হৈছে। এনে কৰিলে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

7 / 8

নিচা ত্যাগ কৰিবলৈও নিজৰ মনৰ শক্তি থকাটো প্ৰয়োজনীয়। মনটোক মজবুত কৰিলে ধূমপান এৰিব পাৰে।

8 / 8

নিচাৰ পৰা মুক্তি পাবৰ বাবে যিকোনো ঔষধ গ্ৰহণ কৰাৰ আগত ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...