ঘৰৰ কোন দিশ তুলসী পুলি ৰোপণ কৰিব লাগে ? ঘৰলৈ লক্ষ্মী আহিব... | Where to Keep Tulsi Plant at Home According to Vastu? Read more in Assamese Assam news - Assam Tv9

ঘৰৰ কোন দিশ তুলসী পুলি ৰোপণ কৰিব লাগে ? ঘৰলৈ লক্ষ্মী আহিব…

Published: 

31 Jul 2024 | 06:43 PM

আমাৰ অসমীয়া সমাজৰ প্ৰতি ঘৰতে তুলসী গছ থাকে । তুলসী পাত বহু ৰোগৰ বনৌষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় । ইয়াৰ লগতে অন্যান্য পূজা-অৰ্চনাটোত তুলসী পাত ব্যৱহাৰ কৰা হয় । সমাজৰ পৰম্পৰা অনুসৰি, তুলসী গছ ৰোপণ কৰাৰো কিছুমান নিয়ম আছে ।

1 / 8আমাৰ অসমীয়া সমাজৰ প্ৰতি ঘৰতে তুলসী গছ থাকে । তুলসী পাত বহু ৰোগৰ বনৌষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

আমাৰ অসমীয়া সমাজৰ প্ৰতি ঘৰতে তুলসী গছ থাকে । তুলসী পাত বহু ৰোগৰ বনৌষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

2 / 8

কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় । ইয়াৰ লগতে অন্যান্য পূজা-অৰ্চনাটোত তুলসী পাত ব্যৱহাৰ কৰা হয় ।

3 / 8

সমাজৰ পৰম্পৰা অনুসৰি, তুলসী গছ ৰোপণ কৰাৰো কিছুমান নিয়ম আছে ।

4 / 8

ঘৰৰ কোন ঠাইত তুলসী পুলি ৰোপণ কৰিব লাগে, চাওক...

5 / 8

তুলসী পুলি ৰোপণৰ বাবে আটাইতকৈ উত্তম স্থান হ’ল উত্তৰ দিশ। প্ৰচলিত পৰম্পৰা অনুসৰি, উত্তৰ দিশত যদি পুলি ৰোপণৰ কোনো উপায় নাই, তেন্তে উত্তৰ-পূব বা পূব দিশত পুলি ৰোপণ কৰিব পাৰি।

6 / 8

কাতি মাহত তুলসী পুলি ৰোপণ কৰাটো শাস্ত্ৰ মতে অতিশয় শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ সময়ত তুলসী গছ ঘৰত ৰাখিব লাগে।

7 / 8

লোকবিশ্বাস অনুসৰি ঘৰত তুলসী গছ থাকিলে আৰ্থিক কষ্ট দূৰ হয়। ঘৰলৈ লক্ষ্মী আহে । বৃহস্পতিবাৰৰ দিনটো তুলসী গছ ৰোপণৰ বাবে শুভ বুলি গণ্য কৰা হয়।

8 / 8

একাদশী, দেওবাৰ, সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ দিন কিন্তু তুলসী পুলি ৰোপণ নকৰিব। এই দিনবোৰত তুলসী পুলি ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...