Whatsapp য়ে আৰম্ভ কৰিবলৈ আগবাঢ়িছে নতুন ফিচাৰ, জানক সবিশেষ... | WhatsApp Multiple Account Feature Coming Soon, Know Details Assam news - Assam Tv9

Whatsapp ত একাধিক একাউণ্ট পৰিচালনা কৰাৰ সুবিধা লাভ কৰিব, জানক নতুন ফিচাৰৰ বিষয়ে…

Published: 

27 Jan 2025 | 09:30 PM

এই নতুন ফিচাৰৰ দ্বাৰা প্ৰথমে লাভৱান হ’ব iOS ব্যৱহাৰকাৰীসকলে। আপুনি এটা ডিভাইচত কেনেকৈ একাধিক হোৱাটছএপ একাউণ্ট চলাব কৰিব পাৰিব আৰু ইয়াৰ পৰা আপুনি কি সুবিধা পাব তাৰ বিষয়ে জানক ।

1 / 5এতিয়াৰ পৰা এটা ডিভাইচতে আপুনি কেইবাটাও নম্বৰৰ হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব । এই নতুন ফিচাৰৰ দ্বাৰা প্ৰথমে লাভৱান হ’ব iOS ব্যৱহাৰকাৰীসকলে। আপুনি এটা ডিভাইচত কেনেকৈ একাধিক হোৱাটছএপ একাউণ্ট চলাব কৰিব পাৰিব আৰু ইয়াৰ পৰা আপুনি কি সুবিধা পাব তাৰ বিষয়ে জানক ।

এতিয়াৰ পৰা এটা ডিভাইচতে আপুনি কেইবাটাও নম্বৰৰ হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব । এই নতুন ফিচাৰৰ দ্বাৰা প্ৰথমে লাভৱান হ’ব iOS ব্যৱহাৰকাৰীসকলে। আপুনি এটা ডিভাইচত কেনেকৈ একাধিক হোৱাটছএপ একাউণ্ট চলাব কৰিব পাৰিব আৰু ইয়াৰ পৰা আপুনি কি সুবিধা পাব তাৰ বিষয়ে জানক ।

2 / 5

WaBetaInfo ৰ মতে এই ফিচাৰ বৰ্তমান পৰীক্ষা কৰা হৈছে। আগন্তুক সময়ত আইফোন ব্যৱহাৰকাৰীৰ বাবে এই ফিচাৰ আৰম্ভ কৰা হ’ব। এই ফিচাৰ আভাস দেখা গৈছে শেহতীয়া হোৱাটছএপ বিটা iOS 25.2.10.70 আপডেটত। ইয়াত ব্যৱহাৰকাৰীয়ে একেটা ডিভাইচতে একাধিক হোৱাটছএপ একাউণ্টৰ মাজত চুইচ কৰিব পাৰে।

3 / 5

এই ফিচাৰৰ জৰিয়তে ইনষ্টাগ্ৰাম আৰু ফেচবুকত যেনেকৈ একাধিক একাউণ্ট মেনেজ কৰিব পাৰিব, ঠিক তেনেদৰে একাধিক হোৱাটছএপ একাউণ্ট চুইচ কৰিব পাৰিব। নতুন ফিচাৰৰ জৰিয়তে আপুনি এটা হোৱাটছএপ একাউণ্টৰ পৰা আন এটা হোৱাটছএপ একাউণ্টলৈ পোনপটীয়াকৈ যাব পাৰিব।

4 / 5

এই ফিচাৰ আৰম্ভ কৰাৰ লগে লগে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা ডিভাইচতে বিভিন্ন নম্বৰৰ পৰা হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব। এটা হোৱাটছএপতে কেইবাটাও নম্বৰ মেনেজ কৰিব পাৰিব।

5 / 5

বৰ্তমান সময়ত অন্য নম্বৰৰ পৰা হোৱাটছএপ পৰিচালনা কৰিবলৈ হোৱাটছএপ বিজনেছৰ সহায় ল’ব লগে । কিন্তু নতুন ফিচাৰে ইয়াক সহজ কৰি তুলিব। ইয়াৰ বাবে আপোনাক কোনো পৃথক ডিভাইচৰ প্ৰয়োজন নহ'ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...