হঠাতে সাপে দংশন কৰিলে কি কৰিব ? লওক এইখিনি সাৱধানতা... | What To Do After A Snakebite in Assamese Assam news - Assam Tv9

Snake Bites: হঠাতে সাপে দংশন কৰিলে কি কৰিব, লওক এইখিনি সাৱধানতা…

Updated On: 

28 Jul 2024 | 04:05 PM

বাৰিষাৰ সময়ত সাপৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। কিন্তু সাপে কামোৰাৰ বাবে প্ৰতি বছৰে বহু লোকৰ মৃত্যুও হয় । এই বছৰতে অসমতো কেইবাটাও সৰ্প দংশনৰ ঘটনা পোহৰলৈ আহিছিল । হঠাতে সাপে দংশন কৰিলে কি কৰিব ?

1 / 8বাৰিষাৰ সময়ত সাপৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। কিন্তু সাপে কামোৰাৰ বাবে প্ৰতি বছৰে বহু লোকৰ মৃত্যুও হয় । এই বছৰতে অসমতো কেইবাটাও সৰ্প দংশনৰ ঘটনা পোহৰলৈ আহিছিল ।

বাৰিষাৰ সময়ত সাপৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। কিন্তু সাপে কামোৰাৰ বাবে প্ৰতি বছৰে বহু লোকৰ মৃত্যুও হয় । এই বছৰতে অসমতো কেইবাটাও সৰ্প দংশনৰ ঘটনা পোহৰলৈ আহিছিল ।

2 / 8

সাপে কামোৰাৰ পাছতে প্ৰতিজন লোকে কিছুমান ভুল কৰে । যাৰ বাবে সাপে দংশন কৰাৰ লোকজনৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰে ।

3 / 8

কিন্তু সাপে কামোৰাৰ পিছত কিছুমান মৌলিক সাৱধানতা অৱলম্বন কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যাব লাগে।

4 / 8

সাপে কামোৰাৰ পিছত অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’ব।

5 / 8

সাপে কামোৰা অংশ কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই লওক। বেছি জোৰেৰে বান্ধিব নালাগে।

6 / 8

সাপে কামোৰাৰ পিছত দেহটো বেছি লৰচৰ নকৰিব। শৰীৰটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।

7 / 8

সাপে কামুৰিলে কোনো ধৰণৰ মলম লগাব নালাগে। বৰফ বা ডেটলৰ দৰে বস্তু প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।

8 / 8

সাপে কামোৰাৰ পাছত অতি সোনকালে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...