Gold Rate Today : যুদ্ধৰ মাজতে হ্ৰাস পাইছে সোণৰ মূল্য! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ? | What is the value of gold and silver in guwahati market 9 th may Assam news - Assam Tv9

Gold Rate Today : যুদ্ধৰ মাজতে হ্ৰাস পাইছে সোণৰ মূল্য! আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Updated On: 

09 May 2025 15:12 PM

Gold Rate In Guwahati: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5সপ্তাহটোৰ অন্তিম ব্যৱসায়িক দিন শুকুৰবাৰেও সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। পুৱা ৫ জুনত ডেলিভাৰীৰ বাবে সোণৰ মূল্য ০.২০ শতাংশ বা ১৯০ টকা হ্ৰাস পাই এমচিএক্স এক্সচেঞ্জত প্ৰতি ১০ গ্ৰামত ৯৫,৯৭৮ টকা হয়।

সপ্তাহটোৰ অন্তিম ব্যৱসায়িক দিন শুকুৰবাৰেও সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। পুৱা ৫ জুনত ডেলিভাৰীৰ বাবে সোণৰ মূল্য ০.২০ শতাংশ বা ১৯০ টকা হ্ৰাস পাই এমচিএক্স এক্সচেঞ্জত প্ৰতি ১০ গ্ৰামত ৯৫,৯৭৮ টকা হয়।

2 / 5

ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৩৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০১৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩৭৬ টকা।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৩৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০১৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩৭৬ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,০০০ টকা।

5 / 5

দেশৰ ভিতৰত সোণৰ হাৰ নিৰ্ণয় কৰাত ভাৰতীয় অৰ্থনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুদ্ৰাস্ফীতি, সুতৰ হাৰ আৰু মুদ্ৰাৰ মূল্যৰ দৰে কাৰকে সোণৰ চাহিদা আৰু যোগানৰ গতিশীলতাক যথেষ্ট প্ৰভাৱিত কৰে।

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?