Gold Rate Today: বৃদ্ধি পাইছে সোণৰ মূল্য! জানক গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান… | What is the price of gold and silver in the Guwahati market today Assam news - Assam Tv9

Gold Rate Today: বৃদ্ধি পাইছে সোণৰ মূল্য! জানক গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান…

Published: 

05 Mar 2025 | 03:55 PM

আজি সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। আনহাতে ৪ ফেব্ৰুৱাৰীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আছিল ৮৭,৩৮০ টকা, যিটো আজি ১০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৮৭,৩৯০ টকা হৈছে।

1 / 5আজি শ্বেয়াৰ বজাৰত উত্থান ঘটিছে। একে সময়তে সোণৰ বজাৰতো উত্থান ঘটিছে। দেশত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৩৯০ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮০,১১০ টকা। আজি ১০ টকা বৃদ্ধি পাইছে সোণৰ দাম।

আজি শ্বেয়াৰ বজাৰত উত্থান ঘটিছে। একে সময়তে সোণৰ বজাৰতো উত্থান ঘটিছে। দেশত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৩৯০ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮০,১১০ টকা। আজি ১০ টকা বৃদ্ধি পাইছে সোণৰ দাম।

2 / 5

গুড ৰিটাৰ্ণছৰ প্ৰতিবেদন অনুসৰি, কালিৰ তুলনাত আজি সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। আনহাতে ৪ ফেব্ৰুৱাৰীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আছিল ৮৭,৩৮০ টকা, যিটো আজি ১০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৮৭,৩৯০ টকা হৈছে।

3 / 5

দিল্লী আৰু মুম্বাইতো বৃদ্ধি পাইছে সোণৰ মূল্য। দেশৰ ৰাজধানী দিল্লীত ১০ টকাকৈ বৃদ্ধি পাইছে সোণৰ মূল্য। দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৮৭,৫৪০ টকা। একেদৰে ২২ কেৰেটৰ সোণৰ মূল্য ১০ টকা বৃদ্ধিৰে ৮০,২৬০ টকা।

4 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেটৰ বাবে প্ৰতি গ্ৰামত ৮,৭৯৮ টকা, ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,০৬৫ টকা আৰু ১৮ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৬,৫৯৯ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকা হৈছে। দেওবাৰৰ তুলনাত কোনো সালসলনি হোৱা নাই ৰূপৰ মূল্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...