26 Jul 2025 | 03:38 PM
একেৰাহে বৃদ্ধিৰ পিছত আজি শনিবাৰে সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে। সোণৰ মূল্য ১ লাখৰ ভিতৰত আছে। আহক আজি জানো গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য।
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৯৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,১৬০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪৯৫ টকা।
উল্লেখ্য যে, ২৪ জুলাইত সোণ-ৰূপৰ মূল্য যথেষ্ঠ বাঢ়িছিল। ২৪ কেৰেট সোণৰ মূল্য ১,০৪০ টকা হৈ ১০ গ্ৰামত ১,০২,৩৪০টকাত উপনীত হৈছিল । আনহাতে ৰূপৰ ১,০০০ টকা বৃদ্ধিৰে ১,১৯,১০০ কিলোগ্ৰামত বিক্ৰী হৈছিল। কিন্তু ২৫ জুলাই আৰু ২৬ জুলাইত হ্ৰাস পাইছে সোণৰ মূল্য।
২৬ জুলাইত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৯৬ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৫৪ টকা আছিল।
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৬ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৬,০০০ টকা।