Gold Price Guwahati: পহিলা ব’হাগৰ দিনা গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য? | what is the price of gold and silver in Guwahati on April 15, Know The All updates Assam news - Assam Tv9

Gold Price Guwahati: পহিলা ব’হাগৰ দিনা গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য?

Published: 

15 Apr 2025 | 01:08 PM

Gold Rate: ভাৰতত সোণ আৰু ৰূপৰ মুল্যৰ উঠা-নমা দেখা গৈছে। আজি জানো আহক আপোনাৰ চহৰত সোণ-ৰূপৰ মূল্য কিমান চলি আছে।

1 / 5সোণক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশেষকৈ ভাৰতীয় পৰিয়ালৰ বিয়াত সোণৰ বিশেষ স্থান আছে। সোণৰ গহনা আৰু মুদ্ৰা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ চলি আহিছে। অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত ইয়াক আটাইতকৈ নিৰাপদ আৰু শ্ৰেষ্ঠ বিনিয়োগ বুলি ধৰা হয়।

সোণক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশেষকৈ ভাৰতীয় পৰিয়ালৰ বিয়াত সোণৰ বিশেষ স্থান আছে। সোণৰ গহনা আৰু মুদ্ৰা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ চলি আহিছে। অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত ইয়াক আটাইতকৈ নিৰাপদ আৰু শ্ৰেষ্ঠ বিনিয়োগ বুলি ধৰা হয়।

2 / 5

সোণৰ মূল্য আকাশলংঘী হোৱাৰ পিছত ১৫ এপ্ৰিল মঙলবাৰে পুৱা ৩৫০ টকাৰ তীব্ৰ হ্ৰাস দেখা যায়। দিল্লীত ২২ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৮৭,৩৫০ টকা আৰু ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰামত ৯৫,৩৩০ টকা।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৫১৮, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৭২০ আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,১৩৫ টকা।

4 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰাম ৯৯.৮০ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৯,৮০০ টকা।

5 / 5

সোমবাৰৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৫১০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৫৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছিল। গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৫১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৫৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৬৪ টকা আছিল। আনহাতে ৰূপৰ মূল্য আছিল প্ৰতি গ্ৰামত ৯৯.৯০ টকা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...