হ্ৰাস পালে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণৰ দৰ কিমান? | What is the price of gold and silver in Guwahati on 9 June, know in details Assam news - Assam Tv9

Gold Price Today: হ্ৰাস পালে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণৰ দৰ কিমান?

Published: 

09 Jun 2025 12:23 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৯,০৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৯৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৬৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৮৯,৫৫০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,০০,৮০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৬৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৫৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৮০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯,৭০০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,০০,৮০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৬৯ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৫৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩২৭ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,২৭০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৯,৫৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৬৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০৮ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,৮০০ টকা।

অক্টোপাছ নে ডলফিন ! মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো ?
পাকঘৰৰ ক্ষেত্ৰত কৰা এই সাধাৰণ ভুলসমূহ হ’ব পাৰে দৰিদ্ৰতাৰ কাৰণ, বাস্তু শাস্ত্ৰই কয় এইদৰে…
আশা কৰা ধৰণে হ্ৰাস পাব ওজন, খাদ্যৰ তালিকাত এইসমূহ পৰিৱৰ্তন কৰক
শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক ইয়াৰ কাৰণ...