Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?
সোণৰ মূল্য দিনক দিনে বৃদ্ধি হৈ আহিছে। গতিকে বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। জানো আহক আজি গুৱাহাটীত কিমান হৈছে সোণৰ মূল্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5