Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি, জানক গুৱাহাটীত আজি সোণ-ৰূপৰ দাম কিমান? | What is the price of gold and silver in Guwahati on 8 July, know in details Assam news - Assam Tv9

Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি, জানক গুৱাহাটীত আজি সোণ-ৰূপৰ দাম কিমান…

Updated On: 

08 Jul 2025 12:56 PM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৯৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৭৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১০,০০০ টকাত বিক্ৰী হৈছে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৯৮,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৯০,৬০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,১০,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৬০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৯৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৭৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮৮৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,০৬০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৪১৩ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৪,১৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,৬০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৮৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১০,০০০ টকা।

হঠাতে চুলি বেছিকৈ সৰিবলৈ আৰম্ভ কৰিছে নেকি? জানি লওক ই কি ৰোগৰ লক্ষণ
গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাখাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...
কিমান ধনী ক্ৰিকেটাৰ আকাশদীপ? BCCIৰ পৰা কিমান টকা লাভ কৰে?