Gold Price Today: কমিছে সোণৰ দাম! কিনাৰ পূৰ্বে সঠিক দৰ জানি লওক… | What is the price of gold and silver in Guwahati on 7 July, know in details Assam news - Assam Tv9

Gold Price Today: কমিছে সোণৰ দাম! কিনাৰ পূৰ্বে সঠিক দৰ জানি লওক…

Published: 

07 Jul 2025 11:44 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,২৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৯৮,২৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,১০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,১০,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,২৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,২৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮২৯ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,০১০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩৭২ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৭২০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,১০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,২৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১০,০০০ টকা।

বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...
বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে! জানক...
Chanakya Niti: গোটেই জীৱন দুখীয়া হৈ থাকিব, যদিহে আছে এই চাৰিটা অভ্যাস! চাণক্যই ক'লে এইদৰে...
ভাগ্যৰ চকৰী নিতে ঘূৰিছে গিলৰ, দলৰ দায়িত্ব লাভৰ পিছত এইবাৰ পাব পাৰে ৪০ কোটি টকা!