Gold Price: সোণ-ৰূপে আচৰিত কৰিব আপোনাক, কৰিলে অভিলেখ ভংগ! | what is the price of gold and silver in Guwahati on 7 august Thursday Assam news - Assam Tv9

Gold Price: সোণ-ৰূপে আচৰিত কৰিব আপোনাক, কৰিলে অভিলেখ ভংগ!

Updated On: 

07 Aug 2025 | 09:52 AM

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ৭ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5আজি ৭ আগষ্ট বৃহস্পতিবাৰে পুনৰ বৃদ্ধি হৈ পৰিল সোণৰ মূল্য। আজি ১০ গ্ৰাম সোণৰ মূল্য মাত্ৰ ১০০ টকা বৃদ্ধি পাইছে। ৰাখীবন্ধনৰ পূৰ্বে দেশত সোণৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। দিল্লী, ইউ পি, ৰাজস্থান, বিহাৰৰ দৰে ৰাজ্যত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৪০০ টকাৰ ওপৰত ব্যৱসায় কৰি আছে।

আজি ৭ আগষ্ট বৃহস্পতিবাৰে পুনৰ বৃদ্ধি হৈ পৰিল সোণৰ মূল্য। আজি ১০ গ্ৰাম সোণৰ মূল্য মাত্ৰ ১০০ টকা বৃদ্ধি পাইছে। ৰাখীবন্ধনৰ পূৰ্বে দেশত সোণৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। দিল্লী, ইউ পি, ৰাজস্থান, বিহাৰৰ দৰে ৰাজ্যত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৪০০ টকাৰ ওপৰত ব্যৱসায় কৰি আছে।

2 / 5

দেশৰ প্ৰধান ৰাজ্যসমূহত ১ কেজি ৰূপৰ মূল্য ১,১৬,১০০ টকা। আজি ৰূপৰ মূল্য কালিৰ তুলনাত ১০০০ টকা বৃদ্ধি পাইছে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,২৫৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৪০০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬৯১ টকা হৈছে।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি ৭ আগষ্ট বৃহস্পতিবাৰে গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৭ আৰু প্ৰতি কিলোগ্ৰামত ১,১৭,০০০ টকা হৈছে।

5 / 5

ষ্টকিষ্ট অৰ্থাৎ পাইকাৰী ব্যৱসায়ীসকলে অহৰহ সোণ ক্ৰয় কৰি থাকে। বজাৰত চাহিদা বাঢ়িলে দামো বাঢ়ে। ইয়াৰ উপৰিও মানুহে অৰ্থনৈতিক পৰিস্থিতিত অনিশ্চয়তা অনুভৱ কৰাৰ বাবেই নিৰাপদ বিনিয়োগ হিচাপে সোণ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত মূল্য বৃদ্ধি পাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...