পুনৰ সোণৰ দাম বৃদ্ধি, গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপ কিমান টকাত বিক্ৰী হৈছে? | What is the price of gold and silver in Guwahati on 6 october , know in details Assam news - Assam Tv9

পুনৰ সোণৰ দাম বৃদ্ধি, গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপ কিমান টকাত বিক্ৰী হৈছে?

Updated On: 

06 Oct 2025 10:09 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১০, ৮৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২০, ০৯২ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ৬ অক্টোবৰ, সোমবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২০, ৭৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১০, ৭০০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৬,০০০  টকাত বিক্ৰী হৈছে।

আজি ৬ অক্টোবৰ, সোমবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২০, ৭৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১০, ৭০০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৬,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১০, ৮৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২০, ০৯২ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫৬,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২, ০৭৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,০৭০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৯, ০৫৮ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,৫৮০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১০, ৭০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২০, ৭৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫৬ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫৬,০০০ টকা।

ভৰিৰ এই লক্ষণে দিয়ে যকৃতৰ ক্ষতি হোৱাৰ ইংগিত, জানক...
পেণ্টৰ পিছফালৰ জেপত মানিবেগ আপুনিও লয় নেকি? সময় থাকোঁতেই এৰক এনে ‘মাৰাত্মক’ ভুল
বিচিচিআইক ‘উপেক্ষা’ৰ উত্তৰ দিলে ৰিয়ানে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুৱালে ১৮৭ ৰানৰ চমক
লক্ষ্মী পূজাত বিশেষ সংযোগ, লাভৱান হ’ব ২ ৰাশিৰ লোক!