Gold Price: আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ? | what is the price of gold and silver in Guwahati on 3rd may, gold silver rate falls in india Assam news - Assam Tv9

Gold Price: আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Published: 

03 May 2025 12:53 PM

Gold Rate: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5আজি সোণৰ মূল্য পূৰ্বতকৈ কিছু হ্ৰাস পাইছে। ভাৰতৰ জনসাধাৰণেই নহয় বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহেও সোণক যথেষ্ট গুৰুত্ব দিছে। ইয়াক নিৰাপদ বিনিয়োগ বুলিও গণ্য কৰে।

আজি সোণৰ মূল্য পূৰ্বতকৈ কিছু হ্ৰাস পাইছে। ভাৰতৰ জনসাধাৰণেই নহয় বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহেও সোণক যথেষ্ট গুৰুত্ব দিছে। ইয়াক নিৰাপদ বিনিয়োগ বুলিও গণ্য কৰে।

2 / 5

ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৫৬৬ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৮,৭৭০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৭৬ টকা।

3 / 5

গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৫৫১ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৭৫৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৬৪ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, শুক্ৰবাৰে গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৫৫১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৮,৭৫৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,১৬৪ টকা আছিল।

5 / 5

গুৱাহাটীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰাম ৯৮ টকা আৰু প্ৰতি কেজিত ৯৮,০০০ টকা।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...